P K Bhagawati Profile Banner
P K Bhagawati Profile
P K Bhagawati

@BhagawatiKr

16,075
Followers
3,594
Following
263
Media
37,012
Statuses

Love reading , admire art & photography , dislike superstitions , adore Spinoza ! and now jot occasionally random ideas ! ex bureaucrat !

Guwahati, India
Joined March 2018
Don't wanna be here? Send us removal request.
Pinned Tweet
@BhagawatiKr
P K Bhagawati
20 days
স্মাৰ্ট মিটাৰৰ ৰেট Compare কৰি উঠিয়ে ৰাইজে দেখিলে আগৰ পুৰণা মিটাৰতকৈ টকা ভৰণৰ পৰিমাণ বেছি৷ বিল নাহে ৷ ৰিচাৰ্জ কৰি থাকিব লাগে দুদিনে দুদিনে ৷ লাইট ফেন ব্যৱহাৰ নকৰিও চাইছো ৷ ভৰণীৰ পৰিমাণহে নকমে ৷ কৈছো নহয় স্মাৰ্ট মিটাৰত গৰবৰ আছে ৷ ন’হলেনো গোটেই অসমতে প্ৰতিবাদ হয়নে ?
5
4
61
@BhagawatiKr
P K Bhagawati
3 years
সেয়াহে বিহু কমিটিৰ আদৰ্শ ! যোৰহাটৰ কেন্দুগুৰীৰ বিহু খন ন’হল বাবে কমিটিয়ে এখন এম্বুলেন্স কিনি ৰাইজৰ সেৱাত উৎসৰ্গা কৰে ৷ পয়চা কেইটা কামত লগালে ৷ বৰ সৎ সিদ্ধান্ত ৷ আদৰনী জনোৱা উচিত ৷
22
37
302
@BhagawatiKr
P K Bhagawati
2 years
Ok, she is Jutika Bora here ! Just a few minutes ago met her selling chilled juice from her Maruti van kiosk at Hatigaon . Had a brief interaction . She sells juice @ ₹20 per glass . Rejoiced to witness her honest endeavor ! @JITENDRAKCHOUDH
Tweet media one
6
16
267
@BhagawatiKr
P K Bhagawati
2 years
মেট্ৰিকতো ১ম স্থান আকৌ আজি হায়াৰ চেকেণ্ডাৰীটো ১ম স্থান লাভ ৷ বিজ্ঞান শাখাত ৷ ল’ৰাটো বোলে কটন মুখীও হোৱা নাছিল ৷ ছিপাঝাৰতে পঢ়িছিল ৷ এয়া বিৰল প্ৰতিভা ৷ আমি জনাত কোনোবা কালতে ভৱানী শৰ্মাই একে ৰেকৰ্ড কৰিছিল ৷ খগেন শৰ্মাইও পৰা নাছিল ৷ ল’ৰাটোক চৰকাৰৰ পৰা উৎসাহিত কৰিব লাগে ৷
9
11
260
@BhagawatiKr
P K Bhagawati
4 years
ABP news ৰ সাংবাদিক ছোৱালী জনীক দেখি তৌবাতৌবা মানিলো ৷ কিমান আকোৰগোঁজ ৷ কিমান সাহসী ৷ কিমান মেধাসম্পন্ন ! আমি অসমত ছোৱালী কিয় ল’ৰা সাংবাদিকো তেনেকুৱা দেখা নাই ৷ তাকেহে কয় সাংবাদিকতা ৷
15
5
224
@BhagawatiKr
P K Bhagawati
3 years
মোৰ ছোৱালী নিশা 9 বজালৈ ঘৰ আহি নাপালে উচপিচাই থাকো ! ফোনৰ ওপৰি ফোন মাৰি থাকো ! আৰু নিশা ডেৰ /দুই বজালৈ ? ছোৱালীৰ বাপেকেহে বুজিব ! তাত gender চেণ্ডাৰৰ কথা নাহে ৷ আকৌ ওপৰতে মদ খাই আহি ? বাপৰে ! ছোৱালী বুলি নহয় , ল’ৰাটোৰ ক্ষেত্ৰতো মই একে ! মোৰ দৰে নিশ্চয় সকলো বাপেকৰে একেই চিন্তা !
20
6
219
@BhagawatiKr
P K Bhagawati
4 years
গাওঁবুঢ়াৰ পাৰিতোষিক ₹9000 হ’ল ৷ ভাল পালো ৷ ঘৰতে বহি ন হাজাৰকৈ ! কেৱল এতিয়াৰ পৰা প্ৰমাণপত্ৰ দিয়াৰ নামত কিবা এটা লোৱাটো বন্ধ কৰিব লাগে ৷
18
8
218
@BhagawatiKr
P K Bhagawati
3 years
একেই শিশু ! কেইটামানৰ ভাগ্যত মূখ্যমন্ত্ৰীৰ লগত বহি লোকেল মুৰ্গীৰ মাংসৰে এসাজ , আৰু কেইটামানৰ ভাগ্যত ৰাস্তাত কানত ধৰি উঠাবহা ! SOP যে মনাবই লাগিব !
8
19
207
@BhagawatiKr
P K Bhagawati
2 years
আজমাল ফাউণ্ডেচনৰ পৰা ২৪৪ জনে NEET qualify কৰা বাতৰিটো গুৰুত্ব পোৱা উচিত ৷ এই এলেন - ফেলেন বোৰে কিমানজনক পাৰ কৰালে ? নে উচ্চাকাংক্ষী অভিভাৱকক মৰিচীকাৰ পিছে পিছে দৌৰাই আছে ? গতিকে আজমলে ফিতাহি নামাৰি কোনে মাৰিব ?
18
14
209
@BhagawatiKr
P K Bhagawati
1 year
Mcom পাচ কৰি আপুনি স্কুলত পিয়নৰ কাম কৰিবলৈ সাজুনে ? বাস্তৱত সেয়াই হৈছে ! তেজপুৰৰ যুৱক এজনে বৰপেটাৰ এখন স্কুলত পিয়ন হিচাপে যোগদান কৰিছে ! চাহখোৱা কাপ ধুব লগা হৈছে ৷ বেল কোবাব লগা হৈছে ৷ নিৰুপায়হৈ বেচেৰাই যোগদান কৰিছে ৷ অৱশ্যে তাৰ শিক্ষক সকলে একেলগে বহুৱাই চাহকাপ খাইছে ৷ 2
46
4
205
@BhagawatiKr
P K Bhagawati
3 years
GMCH এ কিয় তেখেতক সুষ্ঠ বুলি কৈ ঘৰলৈ যাব দিছিল ? তৰুণ গগৈকো যাব দিছিল ! কিহৰ চিকিৎসা কৰে তাত ? প্ৰশ্ন উঠিবই !
11
12
190
@BhagawatiKr
P K Bhagawati
2 years
গুৱাহাটী DPS ৰ ছাত্ৰ ৰাচিক দাসে JEE mains ত 99.98 পাৰ্চেনটাইল আহৰন কৰি বিশেষ কৃতিত্ব লভিলে ৷ বিশেষ এইবাবেই যে তেওঁ কোনো কোচিং চেন্টাৰৰ শৰণাপন্ন হোৱা নাছিল ! কোচিং অবিহনে JEE অসম্ভৱ এই ধাৰণাটো ৰাচিকে ভুল প্ৰমাণিত কৰি দিলে ৷ ৰাচিক is a genius , must be admitted !
21
3
199
@BhagawatiKr
P K Bhagawati
4 years
বঢ়িয়া বনাইছে কোনোবাই এইটো 😊!
Tweet media one
15
21
185
@BhagawatiKr
P K Bhagawati
3 years
1997 ত জন্ম ! 2020 ৰ অলিম্পিকত সোণৰ পদক ! সাৰ্থক জীৱন তাকেই নকৈ কাক কয় ? কষ্ট কৰি ৰত্ন পোৱা তাকে কয় ! অলিম্পিকত সোণ !
1
6
192
@BhagawatiKr
P K Bhagawati
4 years
ছেঃ ! কি নো হৈ থাকে এইবোৰ ? প্ৰশ্নকাকত লীক বোলে SI পৰীক্ষাৰ ! লাজ লাগিব লাগে ! গৃহ বিভাগৰে বদনাম ! DGP চাহাবে দুদিনমান আগতে আশ্বাস দিছিল সকলো সচ্ছ আৰু নিকা হ’ব বুলি ৷ এতিয়া চৰকাৰে প্ৰদীপ সিঙক জবাব দিহি কৰিবনে ?
15
12
186
@BhagawatiKr
P K Bhagawati
3 years
ঢেকীয়া শাক = ঢেইকা শাক ! খুতুৰা শাক = খুত্‌ৰা শাক উজনীৰ সকলে শিকক নামনিৰ শব্দ !
22
9
183
@BhagawatiKr
P K Bhagawati
3 years
পেপাৰ বোৰত দেখিলো মূখ্যমন্ত্ৰীয়ে কোভিদৰ বাবে ৰাইজৰ পৰা সহায় সাহায্য বিচাৰিছে ৷ তাৰমানে চৰকাৰৰ হাতত টকা নাই ! সাধাৰণ ৰাইজে ক’ৰ পৰা দিব ? দিয়ক প্ৰথমে বিত্তৱান এম এল এ , এম পি সকলে ! বিয়াগোম বিষয়া সকলে দিয়ক ! Propertyৰ Affidavit ত দেখিছিলো নহয় কেইবাজনৰো কৌটিৰ হিচাপত আছে !
18
14
177
@BhagawatiKr
P K Bhagawati
3 years
মীৰাবাই চানুৰ নামত মনিপুৰত ইমান চিঞৰবাখৰ হোৱা নাছিল ৷ কিন্তু , মেডেল আহিল মনিপুৰলৈ ! অ’লিম্পিকৰ মেডেল ! ধেমালি নহয় ! আমাৰো আহক কিন্তু এই তোষামোদবোৰ এৰক কিছুমানে !
9
4
171
@BhagawatiKr
P K Bhagawati
4 years
দৰঙৰ বৰহমপুৰৰ ল’ৰাই প্ৰথম স্থান লাভ কৰিলে ৷ 600 ৰ 5 নম্বৰ কম পাই ৷ এয়া ডাঙৰ খবৰ এই কাৰনেই যে বৰহমপুৰ খন বহু ভিতৰুৱা অঞ্চলত মঙ্গলদৈৰ পৰা ৷ কিমান খিনি সাধনাৰ বলত ল’ৰাজনে এই সাফল্য লাভ কৰিব পাৰিলে সেয়া সহজে অনুমেয় ৷ এজন সৰু ল’ৰাৰ বাবেই আজি গাওঁখনৰ পৰিচয়ে সলনি হৈ গ’ল !
6
11
169
@BhagawatiKr
P K Bhagawati
3 years
Of 1985 ! Myself discovered the Me inside a book !
Tweet media one
17
1
169
@BhagawatiKr
P K Bhagawati
4 years
আন এটা সমস্যা পাওঁ খাজনা দিবৰ বেলিকা ৷ খাজনাও online payment system কৰিব নোৱাৰি নেকি ? মৌজাদাৰৰ পৰা message আহিলেই যাতে ৰাইজে খাজনাটো online payment কৰিব পাৰে তাৰ দিহা হ’ব লাগে ৷ সুচল হ’ব আৰু খাজনাও সময়ত পাব ৷ collection বাঢ়িব ৷ @sarbanandsonwal @KrSanjayKrishna
11
22
172
@BhagawatiKr
P K Bhagawati
3 years
আয়ুসুন্দ্ৰা হস্পিতালৰ বিল 36.21 Lakh ! নিদিয়াকে ইমানদিনে সাৰি আছিল ! এই বিশাল বিভাগটো শুই থাকে নেকি ? আগতে কিয় লাইন কাটি দিয়া নাছিল ? সকলোবোৰ প্ৰাইভেট নাৰ্চিং হোমৰ দেনা চেক কৰিব লাগে ৷ আৰু ওলাব ৷ ৰোগীকটো শুদাই নেৰে সিহতে ! @BimalBorahbjp @apdclsocial
16
8
170
@BhagawatiKr
P K Bhagawati
2 years
গোপনে গোপনে ! নাৰ্ছিং হোমলৈ গৈ চোৱা হয় লিষ্টত থকা ডাক্তৰবোৰৰ Surname ! General surname দেখিলে বেমাৰ দেখুৱাব খোজে ! কাৰণ জানে যে তেওঁলোক সম্পূৰ্ণ মেধাৰ ভিত্ত��ত মেডিকেল পঢ়িছে ৷ কোনো quota বা reservation ৰ আওতাত চীট পোৱা নহয় ! তাতেই classless society ৰ ধাৰণাটোৱে কোব খাই ৷ 2
26
8
172
@BhagawatiKr
P K Bhagawati
3 years
CBSE ৰ বোৰক সিহঁতৰ মাৰ্কচীটেৰে চাকৰি দিবনে অসম চৰকাৰে ? যদি নিদিওঁ বুলি কয় no problem ! যদি একো নামাতে মুখেৰে then there is a problem !
7
25
169
@BhagawatiKr
P K Bhagawati
1 year
তেজপুৰৰ ভাইটিৰ ল’ৰাটোৱে আজি তৃতীয় বৰ্গৰ চাকৰি এটি “আজুৰি আনিলে ” ! ভতিজাই বজাৰলৈ লোকেল চিকেন বিচাৰি গ’লেই বোলে ! তাৰ ৩০চলি আছে ! ভাইটি আৰু ভাই বোৱাৰীৰ মনত আনন্দই নধৰা হৈছে ! তাতে সি ঘৰৰ ডাঙৰ ল’ৰা ! আমাৰ গোটেই পৰিয়ালটোৱেই বৰ সুখ অনুভৱ কৰিছোঁ আজি ৷ 1st class Msc সি ৷
14
2
169
@BhagawatiKr
P K Bhagawati
2 years
APDCL ৰ বিল খন চালোঁ চকু ফুৰাই ৷ Unit rate 7.15 হিচাবে মোৰ বিল হ’ল ₹ 12462 ৷ লগতে ধৰিছে Fixed charge 60 unit ৰ পয়চা / কিবা FPPPA charge ₹ 522 / surcharge ₹121 টকা ৷ এনেকৈ ₹ 14101 টকাৰ বিল ৷ Charge বোৰ আকৰ্ষণীয় লাগিছে ৷ কাৰেণ্টৰ মন্ত্ৰী জনে কিবা এটা চিন্তা কৰা উচিত ৷
24
17
169
@BhagawatiKr
P K Bhagawati
4 years
আজিৰ সামগ্ৰী বিতৰনৰ দৃশ্য !
Tweet media one
15
8
157
@BhagawatiKr
P K Bhagawati
4 years
কলাইগাও এখন সৰু ঠাই ৷ এই সৰু ঠাই খনতে 53 বছৰীয়া শিক্ষয়িত্ৰীক ধৰ্ষণ কৰি মুখমণ্ডলত এচিড ঢালি বিকৃত কৰনৰ বাতৰিটোত কিমানে গুৰুত্ব দিছে নাজানো ৷ কিন্তু আদবয়সীয়া মহিলাও সাৰি নাযায় নে বৰ্বৰ বোৰৰ পৰা? আৰু এচিড ? ক’ত পালে এচিড কলাইগাওত ? ভাবিবলগীয়া কথা ৷ দোষীক ধৰক শীঘ্ৰে আৰক্ষীয়ে !
10
12
163
@BhagawatiKr
P K Bhagawati
3 years
অম্লান বৰগোহাঁই ! নতুন Sprinter ! অসমীয়া ল’ৰা ! 200 মিটাৰ দৌৰত সোণৰ পদক লাভ ৷ সকলো অসমীয়াই এওঁক উৎসাহিত কৰিব লাগে ৷
4
10
160
@BhagawatiKr
P K Bhagawati
3 years
কালি 12 তাৰিখ ৰবিবাৰ ৷ APSC ৰ Prelims হ’ব ৷ Civil services ৰ ৷ টুইটাৰত থকা পৰীক্ষাৰ্থী সকলক শুভেচ্ছা জনালোঁ ৷ বৰ টান prelims টো ৷ এইবাৰ বোলে negative marking ও আছে ৷ গতিকে সাৱধানে !
11
10
159
@BhagawatiKr
P K Bhagawati
4 years
Big breaking friends ! Bihu lockdown can't be frittered away ! Must do something correlated to Bihu ! A competition is in the offing for ardent aspirants accompanied by hefty prize money ! For details , do watch notification tonight at 9 ! @bora_dimpy @konpai_099
8
9
158
@BhagawatiKr
P K Bhagawati
4 years
হাগ্ৰামাই নিজৰ কামাল দেখুৱালে ! বিটিচি গঠন পিছৰ কথা ৷ কিন্তূ , পৰ্বত সমান বাধা বিপত্তিৰ মাজতো যে একক সংখ্যাগৰিষ্ঠ দল হ’ব পাৰিছে , তাতেই তেওঁৰ বাহাদুৰি ! কমচেকম ঘৰৰ সন্মুখত পিকনিক খোৱাটো তেওঁ বন্ধ কৰালে ! নৱ শৰনীয়াইহে চুলিখিনি এনেই এনেই খুৰাই পেলালে !
9
5
158
@BhagawatiKr
P K Bhagawati
3 years
Assembly hall ৰ মেইন গেট খনৰ ভিতৰত অখিলক সোমোৱাই দিয়াৰ লগেলগে নিৰাপত্তা ৰক্ষীৰ দায়িত্ব শেষ হ’ব লাগিছিল ! ভিতৰৰ পৰা পলাই যাবলৈ কোনো বেলেগ সুৰুঙা নাই ৷ অখিলে শপত ল’বলৈ আহিছে , শপত ল’ব ৷ তেওঁ এজন বিধায়ক ৷ যিখন টনাআঁজোৰা দেখিলো সেয়া দুৰ্ভাগ্যজনক ৷ মোৰ বোধে সদনৰ পৱিত্ৰতাক চুই গ’ল
12
9
159
@BhagawatiKr
P K Bhagawati
3 years
অণিমেষৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষ সাক্ষী বিচাৰি পোৱা নাই পুলিচে যোৰহাটত ! অথচ সিদিনা প্ৰত্যক্ষদৰ্শী শতাধিক আছিল বুলি শুনিছিলো ৷ মোবাইলত ভিডিও কৰাবোৰো আছিল ৷ ক’লৈ গ’ল সিহঁত এতিয়া ? এয়াই , খাৰখোৱাৰ আবেগ ! কৰ্পূৰৰ দৰে নাইকীয়া হৈ গ’ল ক্ষণিকতে দপদপনিবোৰ !
14
12
154
@BhagawatiKr
P K Bhagawati
2 years
IPS তপন ডেকা দেশৰ IB ৰ সঞ্চালক পদত অধিষ্ঠিত হ’ল ৷ এখেত আমাৰ ডি জি পিৰ বেট্‌চৰ ৷ IB director পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া হ’ব লাগে ৷ অসম গৌৰৱ এই সকলেই ৷ RAW ৰ পিছতেই হ’ল IB !
5
11
158
@BhagawatiKr
P K Bhagawati
2 years
Couldn't but resist sharing 😊!
Tweet media one
6
9
152
@BhagawatiKr
P K Bhagawati
2 years
Why the universities in Assam fail to produce civil servants (AIS) ?
28
6
154
@BhagawatiKr
P K Bhagawati
3 years
এইমাত্ৰ খবৰ পালোঁ ৷ মাজবাটৰ এখন পূজা কমিটিৰ সভাপতি মতিউৰ ৰহমান ! এই বছৰ বুলি নহয় ৷ কেইবাবছৰো হ’ল ৷ মতিউৰ হ’ল প্ৰখ্যাত বাঘ চিকাৰী ৺ জিয়াউৰ ৰহমানৰ ভাতৃ ! এইবোৰহে খবৰ ! @tulika_devi @geetasriT @karishmahasnat @DimpyKoch @JITENDRAKCHOUDH @Nilimsenapati
4
10
148
@BhagawatiKr
P K Bhagawati
4 years
অমিত চাহৰ সভাত বিশ হাজাৰ মানুহ গোট খাব বোলে ! কালি নে পৰহি মূখ্য সচিবে এখন কোৱিড প্ৰ’ট’কল উলিয়াইছিল ; সেইখন ওভোতাই নিয়াই ভাল হ’ব !
6
5
147
@BhagawatiKr
P K Bhagawati
3 years
আন আন বছৰত 31 Dec. ত হস্পিতালৰ ইমাৰজেন্সী ৱাৰ্ড ভৰি যায় ! এইবাৰ নাই ৷ মূখ্যমন্ত্ৰীৰ নিজস্ব তৎপৰতাত বছৰৰ শেষ নিশাটো শান্তিৰে অতিবাহিত হ’ল ! তেখেত সকলোৰে ধন্যবাদৰ পাত্ৰ ! লগতে @assampolice কো ধন্যবাদ ! @himantabiswa CM
5
8
148
@BhagawatiKr
P K Bhagawati
3 years
এই গৰমৰ দিনত আমাৰ ঘৰৰ কাৰেণ্টৰ বিল গড়ে মাহে ₹5000 ৰ কম নহয় ৷ খানাপাৰাৰ IAS colony ত বোলে মাহে ₹1000 দিলে হয় ৷ কমন মিটাৰ ৷ জাৰ কালিও আমাৰ ₹1500 - 2000 ৰ কম নহয় ৷ কিমান জুখিমাখি বিজুলী ব্যৱহাৰ কৰো ! এইবোৰ তাৰতম্য গুচাবৰ হ’ল ! @apdclsocial
14
8
146
@BhagawatiKr
P K Bhagawati
3 years
ৰাতিপুৱাই কিবা এটা ভাল খবৰ পালে মনটো ফৰকাল সকলোৰে হয় ! কিমান আৰু ড্ৰাগচ , গৰু সৰবৰাহ , ভৰিত গুলিওৱা খবৰ পঢ়িব ? কাৰ্বি আংলঙৰ দীপজ্যোতি সাহা , সৰস্বতী দেৱ ,আৰু নেহা গুপ্তাই অসমীয়াত প্ৰথম শ্ৰেণীসহ বিএ পাচ কৰিলে ! তিনিও কিন্তু অসমীয়া নহয় ! এইবোৰ খবৰে কিবা এটা এনাৰ্জি আনি দিয়ে!
7
6
146
@BhagawatiKr
P K Bhagawati
2 years
UPSC results ! First 3 toppers are all girls ! Any Assamese in the whole list ? I wonder , Nay !
11
3
145
@BhagawatiKr
P K Bhagawati
4 years
অসমীয়াতে টুইটৰ text কৰিলে পাৰ্যমানে শুদ্ধ অসমীয়া হ’ব লাগে ৷ শুদ্ধ অসমীয়াই টুইটাৰতে ভাষাটোৰ শুদ্ধ প্ৰচাৰ আৰু প্ৰসাৰত অৰিহণা যোগাব ৷
5
8
146
@BhagawatiKr
P K Bhagawati
4 years
শুভলক্ষণ যে বৰ্তমান টুইটাৰত অসমীয়াতে লিখা অভ্যাসটো বাঢ়ি গৈছে ৷ বহুতে ৰোমান লিপি ব্যৱহাৰ কৰি লিখে ৷ পিছে , বৰ ভাল নালাগে ৷ এনেদৰে সকলোৱে এই মাধ্যমত অসমীয়া ভাষাত অহৰহ লিখি থাকিলে ভাষাটোৰ উপযুক্ত চৰ্চা হয় ৷ ব্যয়াকৰণিক নীতি নিয়ম বোৰত মন দিব লাগে ; সেইবুলি প্ৰাধান্য দিব নালাগে ৷
9
7
140
@BhagawatiKr
P K Bhagawati
3 years
এটা foul traditional insult হ’ল যে science ৰ ষ্টুডেণ্টে আৰ্টচৰ ষ্টুডেণ্টক জোকাই , ইয়াৰ্কি মাৰে ! demean কৰে ! কিন্তু , UPSC বা APSC ৰ পৰীক্ষাত physics , chemistry , Maths , engineering , medical বাদ দি সেইসকলে আৰ্টচৰ বিষয়হে লয় ! বুজা গ’ল জীৱিকাৰ বাবে আৰ্টচৰ দৰকাৰ আছে 😊!
13
11
144
@BhagawatiKr
P K Bhagawati
2 years
চিনাকি ব্ৰইলাৰ মাংসৰ দোকানী জনৰ পৰা সন্ধিয়া মাংস ললোঁ ৷ আচৰিত , কাগজত মেৰিয়াই দিলে ৷ মই বোলো কিয় পলিথিন নাই? সিহে ওলোতাই মোক ক’লে আপুনি ক’ত থাকে হে ? পলিথিন বেন কৰা খবৰ নাপায় নেকি ??😊😊 Great !
11
1
145
@BhagawatiKr
P K Bhagawati
2 years
বৰপেটাত এঘৰো মাৰোৱাৰী নাই বুলি শুনিছিলো ৷ নলবাৰীত আছে ৷ নলবাৰীৰ কেইটাই নলবৰীয়া ভাষা শিকিবলৈ বাধ্য হৈছে ; কাৰণ নলবৰীয়াই কোনোকালে সিহঁতৰ লগত হিন্দী নকয় ! বৰপেটাৰোডৰ কেইটাইও বৰপেটীয়াতে কথা কয় স্থানীয় মানুহৰ লগত ৷ বঙালী বোৰেও ৷ এইবোৰ ভাল লগা কথা ৷ Exemplary ও হয় !
15
6
142
@BhagawatiKr
P K Bhagawati
4 years
ভাষা এটা বৰ সংবেদনশীল বিষয় ৷ প্ৰসংগ বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া পৰীক্ষা মাফ ৷ কিয়? আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ইংৰাজী মাধ্যমত পঢ়াবোৰে যদি যুজি মুজি পৰীক্ষা দিব লাগে বৰাকৰ পৰা কিয় নোৱাৰিব ? পৰীক্ষাটো পাতিব APSC য়ে ৷ A মানে ? অসমৰ পৰা বৰাক পৃথক নেকি ?
15
24
143
@BhagawatiKr
P K Bhagawati
4 years
কাইলৈ 10 বজাৰ পৰা 3 বজালৈ হ’ব লগীয়া ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনালো ৷
6
4
142
@BhagawatiKr
P K Bhagawati
3 years
ড° হীৰেন গোহাইৰ মতামতক মই সমৰ্থন কৰো ৷ বিহুৰ function ৰ নামত কোৰোণা চপাব নোৱাৰি ৷ সাধাৰণ ভাবে ৰাইজে ঘৰেঘৰে বিহুৰ আয়োজন কৰিলে বিহু নহয় নেকি ? মঞ্চৰ বিহুহে আচল বিহুনে ? বিপদ চপাই লোৱা কাম কৰিব নালাগে ৷
8
6
138
@BhagawatiKr
P K Bhagawati
3 years
কলেজৰ নামভৰ্তিৰ প্ৰপত্ৰত বিছাৰিছে জাতপাতৰ তথ্য ! আজিৰ অসমীয়া প্ৰতিদিনত পালো৷ ধৰ্ম কি সোধেই ! কিন্তু , বামুণ নে গণক নে শূদিৰ , নে কায়স্থ , নে কোচ এইবোৰ কিয় লাগে ? শুধিব লাগিছিল কিহত ৰাপ , পঢ়াৰ বাহিৰেও আৰু কি কৰি ভাল পোৱা ! শুধিছে জাত কি পাত কি ? মানে Casteism ক সমৰ্থন !
23
7
140
@BhagawatiKr
P K Bhagawati
3 years
বজ্ৰপাতত ১৮ টা হাতীৰ তাৎক্ষণিক মৃত্যু ! ইমান শক্তিশালী আছিল নে বজ্ৰপাতটো ? পথাৰত হালোৱা সহিত গৰু হালো ঢুকোৱা শুনিছো ! তথাপি ১৮ টা বিশালকায় জীৱ? আন কিবা কাৰণ হ’ব পাৰে নেকি ?
18
4
138
@BhagawatiKr
P K Bhagawati
5 years
কথা এটা লক্ষ্য কৰিছোঁ ৷ নকওঁ বুলিয়ে ভাবিছিলো ৷ আকৌ ভাবিলো নকলে বেয়াহে হ’ব ৷ এটা যোগাত্মক লক্ষণ হ’ল চ’চিয়েল মেডিয়াত এতিয়া অসমীয়াতে লিখাৰ জোৱাৰ উঠিছে ৷ ভাল কথা ৷ পিছে , বানানৰ বেলিকা বহুতে যেন লক্ষ্য নকৰে ৷ বানান শুদ্ধ ৰূপত হ’লেহে ভাষাটোৰ স্বকীয়তা ৰক্ষা হয় ৷
14
7
137
@BhagawatiKr
P K Bhagawati
3 years
আনন্দ মিশ্ৰক লৈ ধুবুৰীত বীৰ পূজাৰ যেন শেষ নাই ! আৰক্ষী বিষয়াৰ কামেই হ’ল সমাজৰ পৰা বেয়াবোৰ আতৰ কৰা ! এতিয়া তেওঁৰে স্থলাভিষিক্ত জনে ধুবুৰীত নিজৰ ঘৰৰ ভিতৰৰে DSP ক গ্ৰেপ্তাৰ কৰিলে ! এতিয়া ধুবুৰীৰ লোকে নতুন জনৰ গুণ গাবনে ? আগৰজনে নিজৰ ঘৰৰে তস্কৰ জনক দেখা নাছিল কিয় ? বীৰ পূজা 2
11
5
136
@BhagawatiKr
P K Bhagawati
2 years
2442 জনে পুলিচত চাকৰি পালে ৷ চাকৰি এটা পোৱাৰ খবৰটোৱে ঘৰ খনৰ আৰু সমাজৰ সকলোৰে মনলৈ এক বুজাব নোৱাৰা আনন্দ কঢ়িয়াই আনে ৷ সকলো সফল পৰীক্ষাৰ্থীকে শুভেচ্ছা জনালোঁ ৷
3
4
136
@BhagawatiKr
P K Bhagawati
4 years
আজি জানিলো ভাৰতে যোৱাটো বছৰত বাংলাদেশৰ পৰা 20,000 কৌটি টকাৰ কাগজ ক্ৰয় কৰিছে ৷ অথচ , অসমৰ কাগজ কল দুটা জীয়াই তোলাহেতেন বহু টকা দেশতে ৰৈ গ’ল হেতেন ৷ আত্মনিৰ্ভৰশীলতাৰ উদাহৰণ এইয়া ? অ জা প ই কাগজ কল দুটা জীয়াই তোলাৰ বাবে কালি প্ৰতিশ্ৰুতি দিছে ৷ বৰ ভাল কথা ৷ চৰকাৰ হ’লে কৰিবই !
4
9
135
@BhagawatiKr
P K Bhagawati
4 years
আঘোণ পুহত নতুন ধান ওলাই ৷ মা ই ঢেঁকীত খুন্দি পীঠা গুৰি বনাই সৰহকৈ ৷ ৰাতিপুৱাই চাহৰ লগত খোলাচাপৰী পীঠা থাকেই ৷ কেতিয়াবা টেকেলী মুখত দিয়া পীঠা , টোপোলা পীঠা , কল পীঠা এইবোৰ বনাই ৷ Fast food ৰ অস্তিত্বই নাছিল ৷ মনত পৰিলে কিবা বেয়া লাগি যায় ৷ nostalgic হ’বলৈ বাধ্য ৷
7
5
135
@BhagawatiKr
P K Bhagawati
4 years
ভাল খবৰ এটা পালো দেখোন ! অ জা প আৰু ৰা দ ৰ মাজত বুজাবুজি হৈ গ’ল ! ইয়াতকৈ আজিৰ দিনটোৰ ভাল খবৰ কি হ’ব পাৰে ? শুভেচ্ছা থাকিল এই যুটীৰ প্ৰতি ! অপ্ৰতিৰোধ্য হৈ পাৰক !
6
1
133
@BhagawatiKr
P K Bhagawati
2 years
নোৱাৰিলো ৷ চকু জলকতবক লাগি যায় ৷
@jobzachariah
Job Zachariah
2 years
What number can you see? No one has got it right so far
Tweet media one
1K
79
612
144
2
129
@BhagawatiKr
P K Bhagawati
4 years
জীৱনত বহুবাৰ হতাশাত ভুগিছো ! জীৱনটো কিবা বৃথা লাগি গৈছিল ৷ তথাপিও চোন চুইচাইড কৰাৰ মনোভাৱ এবাৰো ন’হল ! বৰঞ্চ , সকলোবোৰ প্ৰত্যাহ্বানকে প্ৰতিহত কৰি ওলাই আহিলো ! গতিকেই মই ভাবো চুইচাইড এটা মানসিক ব্যধি ৷
6
2
130
@BhagawatiKr
P K Bhagawati
3 years
হালধি , মেহেন্দি , চংগীত এইবোৰ কেৱল গুৱাহটীয়া বিয়াত হে চলে নে আন ঠাইতো ? গাওঁৰ বিয়াত নচলে যেন পাওঁ !
21
4
131
@BhagawatiKr
P K Bhagawati
4 years
শীত কালৰ এক চকুত নপৰা পৰিঘটনা ! লেপ তুলি বনোৱাৰ নামত গোটেই অসম খন ভৰি পৰে বিহাৰী লেপ তুলিৱালাৰে ! ভাল দুপয়চা ঘটি লৈ যায় বিহাৰলৈ দুই তিনি মাহতে ৷ অসমীয়া লেপ তুলি বনোৱা মানুহ ক’ৰবাত দেখিছেনে ? মই কিন্তু দেখা নাই !
20
1
128
@BhagawatiKr
P K Bhagawati
4 years
এবাৰ গুৱাহাটী চাৰ্কিট হাউছত দহ জন মান DC আৰু ধ্ৰুৱানন্দ দাস আয়ুক্ত বহি সুৰাপান কৰি কথাবতৰা পাতি আছিল ৷ শালৰ মাজত শিঙি হৈ ময়ো আছিলো তাত ! 1997 মানৰ কথা ৷ হঠাৎ দুৱাৰ খুলি গগৈ চাৰ সোমাই আহিল নহয় ৷ তেতিয়া তেখেত MP ! অকনো বিলম্ব নকৰি তেখেতে Oh , so sorry বুলি কৈ ওলাই গ’ল !
9
2
130
@BhagawatiKr
P K Bhagawati
4 years
আলফাই চূৰান্ত জঘন্য , পৈশাচিক কাণ্ডটো কৰাৰ পৰা বিৰত থাকিলে সকলোৱে ভাল পাব ! কথা ইমানেই !
4
4
130
@BhagawatiKr
P K Bhagawati
2 years
মঙলদৈৰ Repose এ এতিয়া একপ্ৰকাৰ গুৱাহাটী চানি ধৰিছে ৷ গুৱাহাটীৰ চুকেকোণে সকলোতে ৰিপোজ ফুডচৰ kiosk ! সুনন্দৰাম ডেকাৰ সুপুত্ৰ সকলে ব্যৱসায় কি জানে ৷ গোটেই কেইজন ককায়েক ভায়েকৰ মিঠা ব্যৱহাৰ মন কৰিবলগীয়া ৷ একেবাৰে অহংকাৰ গৰ্ব বিবৰ্জিত লোক ৷ কিমানকযে সংস্থাপন দি ৰাখিছে ! 2
13
4
130
@BhagawatiKr
P K Bhagawati
4 years
নামনিৰ মানুহক ঢেকেৰী বুলি কৈ তাচ্ছিল্য কৰা দিন 1980 তে গ’ল ! বিভাজন মুখী কথাবোৰ বাদ দিলে ভাল !
10
6
126
@BhagawatiKr
P K Bhagawati
3 years
😊 এইমাত্ৰ W/A ত বন্ধু DIG এজনে বৰ হাঁহি উঠা কথা এটা ক’লে ! আধা চিনাকি অধা অচিনাকি কোনোবা এজন বৰ দামী গাড়ী এখনত আহি ৰৈ দিলে ৷ পোচাক পাতিৰ কথাই নাই ৷ ব্ৰেণ্ডেড ৷ কি কৰে ? UK ত MD ! বাপৰে ! সিদিনা লক আপত তেওঁকো দেখা গ’ল ৷ তেতিয়াহে ওলাল আচল কথা ৷ সি আচলতে উত্তৰ কামৰূপৰ মাটিৰ দালাল
18
1
127
@BhagawatiKr
P K Bhagawati
3 years
গড়ৰ খড়্গ পোৰোতে বামুণ চামুণ , শংখ ঘন্টা কিয় লাগে আকৌ ? বিভূতি ও বোলে ব্ৰহ্মপুত্ৰত বিসৰ্জন দিব ! নুবুজিলো কথাবোৰ ৷ গড়ৰ ওপৰত ঈশ্বৰত্ব আৰোপণ নেকি ? এক অন্ধবিশ্বাস আতঁৰ কৰিবলৈ আন এক অন্ধবিশ্বাসৰ ওচৰত আত্মসমৰ্পণ ন’হবনে ?
17
6
128
@BhagawatiKr
P K Bhagawati
3 years
Cyber frauds বোৰক নাকিলগাবলৈ অসম আৰক্ষীয়ে সকলো থানাই থানাই আধুনিক টেকনোলোজীৰ ব্যৱস্থা এটা কৰি দি ৰাইজৰ উপকাৰ সাধিলে ৷ তাৰবাবে @DGPAssamPolice ক অশেষ ধন্যবাদ জনালো ৷
6
5
123
@BhagawatiKr
P K Bhagawati
1 year
ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ এগৰাকী প্ৰাক্তন IAS বিষয়া আৰু যথেষ্ট অভিজ্ঞতাৰে সমৃদ্ধ ৷ তেওঁ অহৰহ নিজৰ কাম কৰি আছে বাহিৰা প্ৰৰোচনামূলক কথাবোৰলৈ আওকাণ কৰি ৷ বালাচোৰতে একালত তেওঁ DC আছিল ৷ বিৰোধীৰ কাম বিৰোধীয়ে কৰিব ৷ তেওঁৱো জানে ৷ কিন্তু , এখন্তেকো দায়িত্বৰ পৰা গা এৰা দিয়া নাই ৷
19
6
127
@BhagawatiKr
P K Bhagawati
4 years
টুইটাৰত কিছুমানে মাংস , মাছ ইত্যাদি বনাই ফটো আপলোড কৰি বাকী বোৰক পুৰি মাৰে ! চুই চাবও নোৱাৰি , গোন্ধ লবও নোৱাৰি , টেষ্ট কৰাতো বাদেই ! আপলোড কৰা জনেই সকলো তৃপ্তি লয় ! গতিকে মিছাতে আন সকলক জ্বলাই কিয় মাৰে ? atrocity ন’হল নে এয়া ? দেখুৱাই দেখুৱাই কামটো নকৰাই ভাল !
7
2
127
@BhagawatiKr
P K Bhagawati
5 years
যোৱাকালি দুপৰীয়া হঠাতে লক্ষ্য কৰিলো 4 টা miss call সাহিত্য সভাৰ মাননীয় সভাপতিৰ গৰাকীৰ ! লগে লগে call back কৰিলো ৷ তেখেতৰ বিনম্ৰ অনুৰোধ সাহিত্য সভাক কামেকাজে সহায় কৰিব লাগে ৷ অত্যন্ত আনন্দিত হলো ৷ কথা দিলো যি পাৰো সহায় কৰিম বুলি ৷ সুখী নোহোৱাৰ কথাই নাথাকে এনে আচৰণত!
5
3
122
@BhagawatiKr
P K Bhagawati
4 years
হাতৰ আখৰ কিয় ভাল বা বেয়া হয় ? কিছুমানৰ আখৰ দেখিলে ইৰ্ষা জন্মে ! আমাকো শিক্ষকে আখৰ ভাল হ’বৰ বাবে সৰুতে বৰ যত্ন লৈছিল ; পিছে ন’হল ! দোষটো ক’ত ? কাৰোবাক দেখিছো ভগা কলমেৰেই সুন্দৰ আখৰ লিখি পেলাই ৷ আমি নতুন পেনেৰেও নোৱাৰো ৷ চাকৰিৰ কালত দেখিলো কমসংখ্যক ব’চৰহে আখৰ ভাল ! ডাক্তৰৰ?
17
3
121
@BhagawatiKr
P K Bhagawati
4 years
কি মন গ’ল হঠাৎ কালি আবেলি তেজপুৰলৈ আহি গলো ! আজি মহাভৈৰৱ মন্দিৰ দৰ্শন কৰি আবেলি আ���ৌ গুৱাহাটীলৈ ! মাজে মাজে এনে ঝোক উঠিব লাগে ! কি কয় ?
11
1
125
@BhagawatiKr
P K Bhagawati
4 years
কোনোবা ৰংমন নাথে fb ত অসমীয়া মহিলা শিখা শৰ্মাক গণ ধৰ্ষণৰ ভাবুকি দিছে ৷ বাতৰিত পালো৷ এয়া অসমীয়া যুৱকৰ চৰম অসহিষ্ণুতা আৰু নাৰীৰ প্ৰতি চৰম নিৰ্লজ্জ অপমান ৷ সকলোৱে একেমুখে পাষণ্ডটোক গালি দিব লাগে ৷ সকলোৱে মানে সকলোৱে ! নাৰী মাত্ৰেই জাঙুৰ খাব লাগে ৷
11
9
120
@BhagawatiKr
P K Bhagawati
4 months
কি সুন্দৰ Humour !😊😊
Tweet media one
5
11
123
@BhagawatiKr
P K Bhagawati
2 years
#LachitBarphukan #lachitdivas 1671 ! সেনা সেনানীসকলে পিছ হুহুঁকিব লৈছে ! ইপিনে বৰফুকনৰ নৰিয়া দেহা ৷ তীৰকঁপে জ্বৰ ! দৈৱজ্ঞই বোলে উচিত ক্ষন হোৱা নাই ! কাৰো কথা নুশুনিলে পিছে ৷ মাত্ৰ 6 খন যুদ্ধ নাও লগত লৈ জপিয়াই পৰিল নৌ যুজত ৷ দেহত যেন অযুত জনৰ ৰুধিৰৰ শকতি ৷ এফালৰ পৰা মোগলক 2
Tweet media one
1
9
124
@BhagawatiKr
P K Bhagawati
3 years
অসমত চাহৰ দোকান বোৰত মাটিৰ গ্লাছ বা কাপ বাধ্যতামূলক কৰিব লাগে ৷ বাহিৰৰ বহু ঠাইত কৰা হৈছে ৷ তেনেকৰিলে waste management ও হ’ব লগতে মাটিৰ কুমাৰ সকলৰো ভাল আয় হ’ব ৷ আৰু প্লাষ্টিকৰ কাপত খোৱাতকৈ মাটিৰ পাত্ৰত চাহ টুপি খোৱাৰ মাদকতাই সুকীয়া নহয়নে ? চৰকাৰে হুকুম কৰিল�� হৈ যায় ৷
15
5
121
@BhagawatiKr
P K Bhagawati
4 years
এটা বেয়া অভিজ্ঞতা ! কালি তিলৰ লাড়ু এপেকেট নগদ 60 টকা দি হেপাহৰে কিনি আনিলো ৷ ঘৰলৈ আহি চাহ একাপ বঢ়িয়াকৈ বনাই লৈ লাড়ুৰে খাবলৈ ললো ৷ মুখত দিয়ে দেখিলো লাড়ু খাব নোৱাৰি বালিৰ বাবে ! ব্যৱসায় এনেকৈ কৰেনে হ’ল বুলি ?
14
3
122
@BhagawatiKr
P K Bhagawati
3 years
ডা° সৰ্বেশ্বৰ ভূঞা , ডিব্ৰুগড়ৰ ! এই দুদিন এই জনা মানৱ দৰদী মহান চিকিৎসকৰ বিষয়ে পঢ়িবলৈ পাই শ্ৰদ্ধাত মুৰ দোঁ খাই গৈছে ! আজিৰ দিনত ₹৫০ টকা ফী লৈ চিকিৎসা কৰা চিকিৎসক মহঙা , দুস্প্ৰাপ্য ! এনেবোৰ ব্যক্তি ভাৰতৰ আন ৰাজ্যৰ হোৱাহেঁতেন ৰজনজনাই গ’ল হেতেন ! বহুত কিবাকিবি বটাও পালেহেঁতেন !
11
6
120
@BhagawatiKr
P K Bhagawati
3 years
অসমীয়া যুৱকৰ প্ৰশংসনীয় ব্যৱসায়িক উদ্যম ! আজি নলবাৰীৰ সমীপৱৰ্তী পাইকাৰকুছিত থকা প্ৰণীতা হোটেলত দুপৰীয়াৰ সাঁজ খালোঁ ৷ টেষ্ট কৰো বুলি নিৰামিষ ভোজনৰ অৰ্ডাৰ কৰিলোঁ ৷ ভবাতকৈ বহু গুনে ওপৰত পালোঁ পৰিৱেশন ৷ ছয় খন ব্যঞ্জন দিলে ৷ দৈ , পায়সো দিলে ! বৰ জুতি পালোঁ ৷ দামো কম ৷ অসমীয়া 2
20
7
122
@BhagawatiKr
P K Bhagawati
4 years
বিদেশী ন্যায়াধীকৰনৰ সকলো খৰছ কেন্দ্ৰীয় চৰকাৰে বহন কৰে ৷ নতুনকৈ সৃষ্ট 200 খন ট্ৰিবিউনেলৰ বাবে লাগতিয়াল পদ বোৰৰ অনুমোদন কেন্দ্ৰীয় চৰকাৰে নিশ্চয় দিছে ৷ যদিহে 1600 টা বিভিন্ন পদৰ বাবে অনুমোদন দিয়া আছে চৰকাৰে কি কাৰণত নিযুক্তি দিয়া নাই ? সদস্য জনে অকলে ট্ৰিবিউনেল চলাব নেকি ?
13
49
118
@BhagawatiKr
P K Bhagawati
3 years
সংস্কৃতত শপত লোৱাতকৈ যদি বড়ো বা কাৰ্বি বা মিচিং বা গাৰো বা ৰাভা ভাষাত শপত ললেহেতেন , তেতিয়া প্ৰচুৰ হাতচাপৰি পালেহেঁতেন !
13
5
121
@BhagawatiKr
P K Bhagawati
3 years
Assam wants peace to prevail at the border not a war with Mizoram !
14
10
122
@BhagawatiKr
P K Bhagawati
3 years
ৰাজীৱ গান্ধী খেল ৰত্ন নহয় মেজৰ ধ্যান চান্দ খেল ৰত্ন ! এই সলনি প্ৰশংসনীয় ৷
11
6
122
@BhagawatiKr
P K Bhagawati
3 years
😊কোনোবা ৰসিকে উলিয়াইছে বোলে যোৰহাটৰ পুলিচৰ গাড়ীখন নিশ্চয় ৰাজকন্যাই চলাইছিল কালি নিশা 😊😊!
8
3
118
@BhagawatiKr
P K Bhagawati
2 years
গীতাত ৭০০ শ্লোক আছে ৷ ১৮ টা অধ্যায় আছে ৷ গীতা হ’ল জ্ঞান (Light) , ভক্তি (love) আৰু কৰ্ম (life) ৰ সমাহাৰ ৷ শ্ৰীমদ্ভাগৱতগীতাত জীৱনৰ সকলোবোৰ সন্দেহ , প্ৰশ্নৰে উত্তৰ পোৱা যায় বুলি কোৱা হয় ৷ গীতাই মনত উদয় হোৱা বিশৃংখলতা , খেলিমেলি বোৰ আতৰ কৰাত সহায় কৰে ৷ #শ্ৰীমদ্ভাগৱতগীতা
3
4
122
@BhagawatiKr
P K Bhagawati
2 years
হাত মোনাখন লৈ বজাৰ কৰিবলৈ যোৱা সকলক সোধক মূল্যবৃদ্ধিৰ উপলব্ধি কি বুলি । গান গাব যোৱা জনক কিয় সোধে বুজি নাপাওঁ ৷ নিজে বজাৰ কৰিবলৈ ন’গলে বয়বস্তুৰ দামৰ কথা জনা নাযায় !
5
12
119
@BhagawatiKr
P K Bhagawati
4 years
টুইটাৰত কিন্তু বিগত বছৰত কেইবাজনো যুৱক যুৱতী লগ পালো যাৰ চিন্তা ধাৰা বৰ উচ্চ খাপৰ ৷ Critically কথাবোৰ ফঁহিয়াই চাব জানে ৷ মই কিন্তু বৰ আকৰ্ষিত হওঁ তেওঁলোকৰ লিখনি বোৰত ! নাম ল’ব নোৱাৰিম , কেইবাগৰাকীও আছে ৷ অসমৰ বাবে সেইসকল সম্পদ ! আশা কৰো এইবছৰতো তেওঁলোকে আমাক উজ্জ্বলিত কৰিব !
4
1
119
@BhagawatiKr
P K Bhagawati
3 years
কালি APDCL ৰ পৰা মোলৈ ফোন আহিল ৷ লাইটৰ বিল দি দিব লাগে ৷ এনেই মই বিল দিয়াত ওস্তাদ ! আগতিয়াকৈ দি দিওঁ ৷ এইবাৰ বিলৰ পৰিমাণ বহুত বেছি বাবে ব্ৰেক মাৰিছিলো ৷ দি দিলো পিছে কালিয়েই ৷ আজি দেখিলো তেওঁলোকৰ বোলে 100% কালেকচ��� হ’ল ! মোৰ পয়চাকেইটালৈহে ৰৈ আছিল নেকি ?
14
1
118
@BhagawatiKr
P K Bhagawati
4 years
এবাৰ এটা Border police ৰ লিখিত পৰীক্ষাত জ্যোতিৰ্ময় চক্ৰৱৰ্তী IPS অধ্যক্ষ আছিল আৰু মই আছিলো সদস্য সচিব ৷ তেখেতৰ কামৰ ষ্টাইলত মই বিমুগ্ধ হৈছিলো ৷ transferancy plus secrecy দুয়োটাই অটুট ৰাখিছিল ৷ Q paper তেখেতে set কৰিছিল নিজৰ লেপটপত ৷ কাৰো লেপটপটোৰ পিনে কেৰাহিকৈও
8
4
119
@BhagawatiKr
P K Bhagawati
4 years
অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কোৱা হয় ভট্টদেৱক ৷ ভট্টদেৱ দামোদৰ দেৱৰ প্ৰধান শিষ্য আছিল ৷ বৰপেটা জিলাৰ ৷ তেখেতৰ সম্পূৰ্ণ নামটো আছিল বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য (১৫৫৮ _১৬৩৮) ৷ তেখেতে ৰচনা কৰা পুথি সমূহ হ’ল _ কথা ভাগৱত , কথা গীতা , ভক্তিৰত্নাৱলী ৷ ভক্তি বিবেক খন সংস্কৃতত লিখা ৷
6
6
117
@BhagawatiKr
P K Bhagawati
4 years
Written আৰু Oral পৰীক্ষা দি selected হোৱাৰ পাচত আপুনি কি আশা কৰিব নকলেও হয় ! কেতিয়া নিযুক্তি পত্ৰ খন আহি পাব , কোন তাৰিখে জইন কৰিব ইত্যাদিবোৰ নহয় জানো ? কিন্তু , ওলোটা হ’ল ! আজি তেনে কিছু দুৰ্ভগীয়া নিবনুৱাই আন্দোলন হে কৰিব লগাত পৰিল নিজৰ নিযুক্তি পত্ৰ খন পাবৰ বাবে ! দুখজনক !
12
28
117
@BhagawatiKr
P K Bhagawati
4 years
বাংলাদেশত এইবাৰ 30,213 খন পূজা পাতিছে ৷ কোনে পাতিব ? তাৰ হিন্দু খিনিয়ে নহয় জানো ? 30000 পূজা পতা দেশত হিন্দুৰ নিপিড়ন হৈয়ে আছে বুলি ক’লে কোন বুৰ্বকে পতিয়াব হে ? পূজাৰ সংখ্যাও বছৰি বাঢ়িহে আছে দেখোন ৷ গতিকে , কিহৰ আকৌ কা লাগে ? হিন্দু আমদানি কৰি মুছলমানৰ লগত equate কৰিবলৈ?
8
15
118
@BhagawatiKr
P K Bhagawati
2 years
জুবিনৰ ফাংচনবোৰত কোনোবাই বোকাত লুতুৰিপুতুৰি হ’লে তাত জুবিনৰ দোষ কেনেকৈ ? মূল কাৰণ মদ !
8
2
119
@BhagawatiKr
P K Bhagawati
3 years
শিল্পী অৰুণ দাসক চৰকাৰে এক লাখ টকা দি সাহায্য কৰা বাবে প্ৰশংসাৰ পাত্ৰ হৈছে ৷ শিল্পী পেঞ্চনটোও দিব বুলি গ’ম পালো ৷ ভাল হ’ব ৷
9
0
117
@BhagawatiKr
P K Bhagawati
4 years
আজি গুৱাহাটীৰ পৰা নগাঁওলৈ আহোতে বাটতে নাজিৰাখাট ট’ল গেটত ল’লে ২২০টকা , ৰহাত ল’লে ১৯০টকা ! দাবোল ল’লে ৷ সুধিলো ইমান সৰহ কৈ কিয় লৈছা ! ক’লে Fastag নলোৱা বাবে জৰিমনা ! হাৰে! জৰিমনা লওক ,কিন্তু দুগুণ কিয় ? #Loot #loot মানে যা তা চলিছে দেশত ! জেপ খালী কৰাই হে শান্তি পায় !
10
7
115
@BhagawatiKr
P K Bhagawati
3 years
UPSC ত বিহাৰ , উ:প্ৰ: , উৰিশ্যাৰ প্ৰভুত্ব আজিৰ নহয় ৷ বহু বছৰ হ’ল ৷ কাৰণটো হ’ল সিহঁতে পঢ়ে আৰু পঢ়ে ! কোচিং আছেই ৷ বেংক , পোষ্ট আদিতো সিহঁতৰে প্ৰভুত্ব ৷ ৰেলতো ! আমি ক্ষোভ প্ৰকাশ কৰি মৰো লোকেল লোকেল বুলি ৷ আমাৰ ল’ৰাছোৱালীৱে মূখাৰ্জী নগৰত থিকে যায় ! সফল নহয় ৷ শুনা কথা ,2
16
5
116
@BhagawatiKr
P K Bhagawati
4 years
মুছলমান গেদাই নিজকে Camouflage কৰি হিন্দু গাভৰুক চলনাৰে বিবাহ কৰোৱাটো এটা অপৰাধ ৷ প্ৰেমৰ নামত এনে এটা পৰ্যায় পোৱাই দিয়ে যে তাৰ পৰা ঘুৰি অহা অসম্ভৱ ৷ তাৰ পিছৰ আখ্যান সকলোৱে জানে ৷ SM ত চিনাকি হৈ প্ৰেমত পৰাৰ দিন উকলিল বুলি ধৰক অসমীয়া গাভৰুৱে ৷ সাৱধান হ’বৰ হ’ল ৷ পৰিনাম ভয়াবহ !
14
7
119
@BhagawatiKr
P K Bhagawati
3 years
মূখ্যমন্ত্ৰীৰ সচিবালয়ে গৃহ বিভাগৰ পৰা সকলো IPS /APS বিষয়াৰ তালিকা নিলে ৷ তাৰমানে পুলিচতো এটা reshuffle হ’ব ৷ হওক , হ’ব লাগে ! Syndicate বন্ধ হোৱাত কামত আহিব ! ঘাগু বোৰক গুচাব লাগে ৷
5
4
116