Shyamkanu Mahanta Profile Banner
Shyamkanu Mahanta Profile
Shyamkanu Mahanta

@skmahanta2013

5,091
Followers
270
Following
1,335
Media
3,132
Statuses

Entrepreneur, columnist. Chief Organiser, North East Festival Delhi, Bangkok, Rongali etc. Managing Director MMS Advisory Groups.

Assam, India
Joined September 2013
Don't wanna be here? Send us removal request.
Pinned Tweet
@skmahanta2013
Shyamkanu Mahanta
1 year
চছিয়েল মেডিয়াত অধিকাংশই ভালদৰে নাজানে কেনে ধৰণৰ কামত জড়িত আছিলো বা কি কৰি আছো। ইঞ্জিনিয়াৰিং পঢ়ি এম বি এ পাছ কৰাৰ পাছত মই কিছু বছৰৰ বাবে বিত্তীয় প্ৰতিষ্ঠান নেডফিত বহু প্ৰকল্প ফাইনেন্সৰ কামত জড়িত হৈ আছিলো। তাৰ পাছতেই মই দেশৰ এটা অগ্ৰণী আন্তঃগাঁথনিক সংস্থা আই এল এফ এছত
40
9
249
@skmahanta2013
Shyamkanu Mahanta
2 years
আমাৰ পাঁচোজন, জ্যেষ্ঠ @DGPAssamPolice ভাস্কৰজ্যোতি মহন্ত, দ্বিতীয়জন অমৰজ্যোতি পেছাত অভিযন্তা, এতিয়া ব্যৱসায়ী, বিশিষ্ট লেখক, নিৱন্ধকাৰ তৃতীয় ভাতৃ সৌমাৰজ্যোতি মহন্ত শিৱসাগৰ কৰ্মাচ কলেজৰ অধ্যক্ষ চতুৰ্থ ভাতৃ বিশিষ্ট চিন্তাবিদ @ngmahanta মই কনিষ্ঠ #brothers #familytime #happy
Tweet media one
29
7
506
@skmahanta2013
Shyamkanu Mahanta
3 years
দেৱালী উপলক্ষে যোৱা সন্ধিয়া আমাৰ ঘৰত ভাস্কৰ দা, ননী দা আৰু মই। সকলোলৈ দেৱালীৰ শুভেচ্ছা জনালো। @DGPAssamPolice @ngmahanta
Tweet media one
16
4
394
@skmahanta2013
Shyamkanu Mahanta
2 years
Niece Srijani’s reception at our place, Konwerpur, Sibsagar. With Bhaskar da, bou, Nani da. #marriage #reception
Tweet media one
9
2
369
@skmahanta2013
Shyamkanu Mahanta
1 year
মই গুৱাহাটীত নতুনকৈ সাজি থকা ঘৰটোৰ ৰাজ মিস্ত্ৰী, ৰং দিয়া, পাইপ, টাইলছ-গ্ৰীল-ৰেলিং মিস্ত্ৰী সকলোৱেই মিঞা সম্প্ৰদায়ৰ। বিহাৰী মিস্ত্ৰীসকল ক'ত বুলি সুধোতে এতিয়া তেওঁলোক নাই বুলি উত্তৰ পালো। চুইগী, জমেট'কে ধৰি অনলাইন ডেলিভাৰী কৰা ল'ৰাবোৰৰ অধিকাংশই মিঞা সম্প্ৰদায়ৰ। আনকি অ'লা, উবেৰৰ
56
47
343
@skmahanta2013
Shyamkanu Mahanta
2 years
আমাৰ পিতৃ লীলাকান্ত মহন্তই আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে। অসম সত্ৰ মহাসভাৰ দুটা কাৰ্যকালৰ সন্মানীয় সভাপতিৰ আসন অলংকৃত কৰি দেউতাই কেইবাখনো পুথি ৰচনা কৰাৰ ওপৰিও নিজৰ পৰিচালনাৰে বৃন্দাবন, কাশী আদি দেশৰ বিভিন্ন প্ৰান্তত ভাওঁনা, নৃত্য পৰিৱেশনেৰে প্ৰশংসিত হৈছিল । #RestInPeacedeti
Tweet media one
67
2
310
@skmahanta2013
Shyamkanu Mahanta
2 years
দিল্লীৰ বিজ্ঞান ভৱনত লাচিত দিৱসত মুখ্য অতিথি নৰেন্দ্ৰ মোডী অহাৰ প্ৰাকমুহুৰ্তত অনুষ্ঠানটো সফলভাৱে কৰাৰ মূল ব্যক্তি মাননীয় মুখ্যমন্ত্ৰী সৈতে। লাচিতক দেশবাসীক জনোৱাৰ বাবে তেখেতৰ এই বৃহৎ প্ৰচেষ্টা চিৰস্মৰণীয় হৈ ৰব। @himantabiswa #LachitDiwas #LachitBorphukan #HimantaBiswaSarma
Tweet media one
16
5
284
@skmahanta2013
Shyamkanu Mahanta
2 years
কৰ্মক্ষেত্ৰত প্ৰায় ৩৫ টা বছৰৰ পাছত ভাতৃ ভাস্কৰজ্যোতি মহন্তই আৰক্ষী প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। ভৱিষ্যতে চৰকাৰী কামত নিয়োজিত হ'লেও তেখেতে সৃষ্টিমূলক ক্ষেত্ৰখনত অধিক গুৰুত্ব দি সমাজৰ বাবে কাম কৰি যাব। তেখেতৰ সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাইজক কৃতজ্ঞতা জনালো। #bhaskarmahanta
Tweet media one
5
3
261
@skmahanta2013
Shyamkanu Mahanta
3 months
আমাৰ জেষ্ঠ ভাতৃ ড° ননীগোপাল মহন্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি পাইছে। শিক্ষাৰ্থী জীৱনত ভীষণ কষ্ট কৰি পঢ়িব পৰা ক্ষমতা থকা ননীদাই নিজৰ অধ্যাপনা কেৰিয়াৰত বহু ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় জাৰ্ণেল, বিশ্বৰ বহু বিখ্যাত বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ তথা গেষ্ট লেকচাৰ
Tweet media one
31
4
256
@skmahanta2013
Shyamkanu Mahanta
1 year
With our dynamic leader and CM @himantabiswa at Assam house, New Delhi. #himantabiswa
Tweet media one
5
3
236
@skmahanta2013
Shyamkanu Mahanta
2 months
বিদায়ী উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ কাৰ্যকাল ২০ আগষ্টত সামৰণি পৰাত আজি ভাতৃ ননীগোপাল মহন্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰে। গৌৰৱোজ্জ্বল ইতিহাসেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্যাপক সম্ভাৱনা আৰু বহুখিনি কৰিবলৈ বাকী আছে। চৌহদটোৰ উন্নয়ন, বিশ্ববিদ্যালয়ৰ
Tweet media one
23
2
223
@skmahanta2013
Shyamkanu Mahanta
6 months
পাঠশালাৰ ল'ৰা অনুপম শৰ্মা বৰ্তমান সময়ত অসমৰ এজন পৰিচিত ঠিকাদাৰ। তেখেতে গুৱাহাটীৰ জি এছ ৰোডত এৰিষ্টা নামৰ এখন ফাইভ ষ্টাৰ হোটেল আৰম্ভ কৰিছে। সকলোদিশৰ পৰাই চালে চকুৰোৱা, অপূৰ্ব সুবিধাৰে হোটেলখনৰ ডিজাইন অনুপমৰ নিজা চিন্তাৰ ফচল। কালি গৈছিলো, চাই ভাল লাগিল। জেইচিৰ পৰা ইঞ্জিনিয়াৰিং
Tweet media one
30
8
219
@skmahanta2013
Shyamkanu Mahanta
3 months
সৰুৰে পৰাই আই আই টি, বিটছ পিলানী, এন আই টি ট্ৰিচি, চুৰাটকল, ৱাৰেংগল ইত্যাদিৰ দৰে ইঞ্জিনিয়াৰিং শিক্ষাৰ পীঠস্থানসমূহৰ কথা শুনি আহিছিলো। আমাৰ পঢ়া নহল, এইবাৰ আমাৰ কন্যা লয়াই জেইই মেইনছ ইত্যাদি বিভিন্ন পৰীক্ষাত ভাল নম্বৰেৰে উত্তীৰ্ণ হৈ এই সকলোবোৰতে কলেজতে চিট পাইছে। তাইৰ পিছে বিৰলা
Tweet media one
44
5
211
@skmahanta2013
Shyamkanu Mahanta
1 year
সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ নিযুক্ত হৈছে। এই পদত নিযুক্ত বাইদেউ প্ৰথমগৰাকী অসমীয়া মহিলা। কটন কলেজত PU ত (১০+২) ষ্টেণ্ড কৰি পাছত কটনৰে পৰা ডিগ্ৰীৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাত্তোকোত্তৰ ডিগ্ৰী লাভ কৰি বাইদেৱে ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ
Tweet media one
6
15
198
@skmahanta2013
Shyamkanu Mahanta
2 years
Wishing you and and your family a wonderful year ahead, full of happiness and good health. May God bless you all. #goodbye2022 #HappyNewYear #HappyNewYear2023
Tweet media one
8
0
198
@skmahanta2013
Shyamkanu Mahanta
2 years
Brother Bhaskarjyoti Mahanta taking oath as Chief Information Commissioner of Assam. #assam
Tweet media one
Tweet media two
11
3
195
@skmahanta2013
Shyamkanu Mahanta
3 years
This is as unacceptable behaviour by the police Constable. Good decision
Tweet media one
23
5
188
@skmahanta2013
Shyamkanu Mahanta
1 year
১৪ জুলাইত ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসত ৰাষ্ট্ৰপতি মেক্ৰনে বিশ্ববিখ্যাত লুভৰে মিউজিয়ামত আয়োজিত নৈশ ভোজলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ কৰে। নিমন্ত্ৰিত ২৫০ গৰাকী অতিথিৰ মাজত আছিল অসম কন্যা প্ৰিয়ংকা ৰাজ কাকতি। প্ৰিয়ংকা মোৰ জ্যেষ্ঠ ভাতৃসম, মনোজ দাসৰ কন্যা। শৈশৱৰ পৰা দেখি অহা
Tweet media one
8
2
186
@skmahanta2013
Shyamkanu Mahanta
2 months
অসমীয়াত এষাৰ কথা আছে, “গোৰ মাৰি গংগাত পেলোৱা”। মিঞা ব্যৱসায়ীসকলৰ এই সিদ্ধান্তটোৱে দীৰ্ঘম্যাদী ভাল ফল দিব উজনিত। খাৰুপেটীয়াৰ মিঞা ৰাইজে শাক পাচলি বন্ধ কৰিলেও বেয়া ন’হব। শোণিতপুৰত পাভৈ গ্ৰীনছ, কন্যাকা, আনহাতে ফিচাৰীত বিদ্যুৎ বিকাশ, তিনিচুকীয়াৰ ফালে জিতেন দত্তহতে ভাল মাছৰ খেতি
Tweet media one
24
19
184
@skmahanta2013
Shyamkanu Mahanta
1 month
হাৰি হাৰি জিকাৰ আনন্দঃ আজি এজন অসমীয়া ডেকা লৰাৰ কথা টাইমছ অৱ ইণ্ডিয়াত পঢ়ি ভাল লাগিল। ৰাজৰ্ষি বৰুৱাই ৬বাৰকৈ আৰ্মীৰ কম্বাইনড ডিফেন্স চাৰ্ভিছ পৰীক্ষা দি বিফল হ'ল। ৬ বাৰৰ পাছত দৰঙৰ ভিতৰুৱা এক অঞ্চলৰ ২৫ বছৰীয়া ৰাজৰ্ষিয়ে কম্বাইনড ডিফেন্স পৰীক্ষাত সফলতা লাভ কৰে। কোকৰাঝাৰৰ পৰা
Tweet media one
8
16
186
@skmahanta2013
Shyamkanu Mahanta
3 years
Tweet media one
4
14
183
@skmahanta2013
Shyamkanu Mahanta
2 years
আজি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাক লগ পালো, লগতে মোৰ জ্যেষ্ঠ ভাতৃসম পাৰ্থসাৰথি মহন্তকো। দিগন্ত বৰাই বহু সংগ্ৰামৰ মাজেৰে দক্ষতাৰে নিজা ক্ষেত্ৰখনত কাম কৰি আছে। পাৰ্থ দা এজন সংবেদনশীল কবি আৰু অতি মানৱহৈতেষী ব্যক্তি। দুয়োজনৰ কৰ্ম জীৱনলৈ মোৰ শুভেচ্ছা থাকিল। @GuwahatiPol
Tweet media one
Tweet media two
5
1
176
@skmahanta2013
Shyamkanu Mahanta
4 years
যেতিয়ালৈকে অসমৰ ৰাইজে নিজে সংস্থাপিত লোকক সন্মান কৰিবলৈ নিশিকিব, যেতিয়ালৈকে দুৰ্নীতি পৰায়ণ চাকৰিয়ালক সমাজত আগস্থান দিব পিকেৰ দৰে ঘটনা ঘটিয়েই থাকিব। Easy money, দম দি পইচা লোৱা; ব্যবসায় বাণিজ্য বন্ধ কৰি দিয়াৰ মানসিকতা দুৰ্নীতিৰ দৰে একে ধৰণৰ ব্যাধি।
13
19
164
@skmahanta2013
Shyamkanu Mahanta
2 years
My usual day at Delhi.. laptop bag loaded with documents, shuttling offices. Project mode on. #delhi #worklife #professionallife #happy
Tweet media one
6
0
167
@skmahanta2013
Shyamkanu Mahanta
11 months
আজিকালি অসমত বিয়াত মেহেন্দী-সংগীতৰ কাৰ্যক্ৰমৰ ধুম উঠিছে ।হিন্দী চিনেমাত অতি জনপ্ৰিয় উত্তৰ ভাৰতীয় সংস্কৃতিৰ অতি জনপ্ৰিয় সংগীত-মেহেন্দি পৰ্ববোৰ কিছু অসমীয়াই অনুসৰণ কৰিবলৈ লৈছে। মোৰ দৃষ্টিত অন্য সংস্কৃতি সন্মান কৰাটো দোষনীয় নহয়। কিন্তু নিজৰটো এৰি অন্যৰ সংস্কৃতি গ্ৰহণ কৰা
30
16
170
@skmahanta2013
Shyamkanu Mahanta
11 months
দৰাঘৰীয়াৰ নৃত্য, কৰিঅগ্ৰাফী সুন্দৰ, বিয়াত বৰযাত্ৰীৰ এনে নৃত্য আগতে দেখা নাই। দৰাধৰা আৰু দৰা দুয়োজন প্ৰফেচনেল ডান্সাৰ যেন লাগিল। #marriage #Assamese
17
7
165
@skmahanta2013
Shyamkanu Mahanta
1 year
কাইলৈ আদিপুৰুষ চিনেমাখন চাম বুলি আগ্ৰহেৰে ৰৈ আছিলো, পৰিয়ালৰ সৈতে।এতিয়া টুইটাৰত ৰাইজে চিনেমাখন বেয়াকৈ ধুই আছে, ৰামায়নৰ সত্যনাশ কৰা বুলি। এজন চিনাকি বন্ধুক কথা পাতিলো, তেখেত অতি ভক্তিভাৱেৰে চিনেমাখন চাবলৈ গৈছিল, বৰ কষ্ট পালে বুলি জনালে। মুম্বাইৰ এজন বন্ধুৰ মতে ৰামানন্দ সাগৰৰ
Tweet media one
Tweet media two
25
4
162
@skmahanta2013
Shyamkanu Mahanta
7 months
আজি জুবিনৰ ঘৰত বহু সময় কটালো। খুব ধুনীয়াকৈ খেতি কৰিছে। চৌদিশে ফুলে-ফলে জাতিস্কাৰ কৰি ৰাখিছে, মোকো গছৰ পুলি দিলে ঘৰত ৰুবলৈ। বিভিন্ন কথাৰ মাজত আমাৰ অনাগত দিনৰ পৰিকল্পনাবোৰৰ কথা পাতিলো। গান শুনিলো, সাংগীতিক চিনেমা “ৰৈ ৰৈ বিনালেৰ” বাবে কেইটামান অপূৰ্ব গান কৰিছে। বহুদিনৰ মূৰত জুবিনৰ
Tweet media one
9
3
168
@skmahanta2013
Shyamkanu Mahanta
1 year
ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোক বিশেষকৈ ডেকা চাম আৰু শিশুচামৰ মাজত মামাৰ জনপ্ৰিয়তা ঈৰ্ষনীয়। মানৱ দৰদী চিন্তাধাৰাৰে মানুহৰ মাজলৈ যোৱা, পিছপৰা শ্ৰেণীৰ লোকৰ @himantabiswa লগত যিটো কানেক্ট, ওচৰৰ পৰা নেদেখিলে বিশ্বাস কৰিব নোৱাৰি।এনেদৰেই গৰিষ্ঠ সংখ্যক লোক তেখেতৰ ভাল কামৰ দ্বাৰা উপকৃত হওক,
Tweet media one
9
6
163
@skmahanta2013
Shyamkanu Mahanta
3 years
ভাতৃ ননীগোপাল সম্পৰ্কে দুআষাৰ @ngmahanta
Tweet media one
Tweet media two
Tweet media three
13
7
167
@skmahanta2013
Shyamkanu Mahanta
3 years
With @paponmusic in the beautiful Royal heritage, Shillong, shooting for Jogatmak Dristire with Papon.
Tweet media one
2
2
158
@skmahanta2013
Shyamkanu Mahanta
2 years
ইলেকট্ৰিচিটি বিল এইবাৰ আমাৰ ঘৰত প্ৰায় ৭৫০০ টকা আহিছে। সাধাৰণতে বিল ৪৫০০ টকা মান হয়। বাকী বহুতৰো এনেকুৱা বিল আহিছে বুলি গম পাইছো। নতুন মিটাৰ লগোৱাৰ বাবে বিল বাঢ়িছে বুলি গম পাইছো। কিবা এটা গণ্ডগোল আছে, @apdclsocial কথাখিনি পৰীক্ষা কৰক। @himantabiswa @GorlosaNandita
27
12
161
@skmahanta2013
Shyamkanu Mahanta
10 months
বিহুত শিৱসাগৰলৈ গান শুনি গাড়ী চলাই যোৱাৰ মজাই বেলেগ। মাজত জখলাবন্ধাত চাহ খোৱাটো এক অভ্যাস, কটন কলেজত পঢ়ি থাকোতেই নাইট চুপাৰ বাছত আহি ভাত খাবলৈ ৰোৱাৰ পৰাই জখলাবন্ধা এক আৱেগ। সকলোলৈ উৰুকাৰ আৰু ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা। সকলোৰে জীৱন ৰং ৰহইছৰে ভৰি পৰক। #BhogaliBihu
Tweet media one
10
2
159
@skmahanta2013
Shyamkanu Mahanta
1 year
আজি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী @narendramodi ৰেলেৰে দিল্লী বিশ্ববিদ্যালয়ৰ অনুষ্ঠানলৈ গৈ থাকোতে সহযাত্ৰীসকলৰ সৈতে কথা পাতি থকাৰ সময়ৰ এখন ফটো। এইবাৰ নিউয়ৰ্কত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসতো মোদী ডাঙৰীয়াই গামোচাখন পৰিধান কৰিছিল। ক'ভিড ভেকচিন লোৱাৰ সময়ত তেখেতে গামোচা পিন্ধি
Tweet media one
Tweet media two
16
2
155
@skmahanta2013
Shyamkanu Mahanta
1 year
আজি জুবিন গাৰ্গৰ লগত কেইবাঘণ্টাও সময় কটালো, লগত আছিল গৰিমা। জুবিন হাস্পতালৰ পৰা ঘৰলৈ ওভতি আহিল আৰু এতিয়া তেওঁৰ স্বাস্থ্যৰো যথেষ্ঠ উন্নতি ঘটিছে। তেওঁক বিশ্ৰামৰ প্ৰয়োজন, মোৰ কবলগীযাকিনি কলো, ভালদৰে শুনিলে। মানুহজনক ভালদৰে ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। বহু কথাও পাতিলো, ভৱিষ্যতে
Tweet media one
10
1
155
@skmahanta2013
Shyamkanu Mahanta
1 year
@himantabiswa West Bengal should learn from Assam, i never remember any election violence in Assam for ages. @MamataOfficial @abhishekaitc
4
16
145
@skmahanta2013
Shyamkanu Mahanta
2 years
মাঘ বিহু উপলক্ষে আমি সকলো শিৱসাগৰৰ ঘৰলৈ আহিছো।ইতিমধ্যে আমাৰ ভেলাঘৰ সাজু হৈছে। আপোনাৰ লগতে পৰিয়ালৰ আটাইকে ভোগালীৰ শুভকামনা জনালো। #BhogaliBihu @ngmahanta
Tweet media one
7
0
148
@skmahanta2013
Shyamkanu Mahanta
1 year
জোনমণি ৰাভাৰ কেচটো অতি ৰহস্যময়, উদ্বেগজনক। পুলিচ অপৰাধীৰ সম্পৰ্ক তথা দুৰ্নীতি এটি পুৰণি সমস্যা। প্ৰকৃত তথ্য ভালদৰে নজনাকৈ কোৱাটো সমীচিন নহয়। জোনমণিৰ মৃত্যুৰ বিভিন্ন দিশ ভালদৰে তদন্ত হওঁক। অনুসন্ধানত বহু কথা ওলাব যেন লাগিছে। জোনমণিৰ আত্মাই চিৰশান্তি পাওঁক। #jonmonirabha
Tweet media one
7
4
149
@skmahanta2013
Shyamkanu Mahanta
1 year
এচিএক অনুৰোধ জনাম যে উমা ছেত্ৰীক ঢোলে ডগৰে সম্ভাষণ জনোৱা হওঁক, সমগ্ৰ ৰাজ্যবাসীৰ শুভেচ্ছাৰে উপচাই দিয়া হওঁক। অসম চৰকাৰেও উমাক পুৰ্ণ সহযোগ কৰক। ক্ৰিকেটাৰ উমা ছেত্ৰীৰ জীৱনগাথা অতি প্ৰেৰণাদায়ক। বোকাখাতৰ ভিতৰুৱা এখন গাঁৱৰ ছোৱালী উমাৰ পিতৃ লোক বাহাদুৰ এজন খেতিয়ক আৰু মাতৃ দীপা
Tweet media one
7
12
151
@skmahanta2013
Shyamkanu Mahanta
2 years
টাঞ্জানিয়াৰ কনটেণ্ট ক্ৰিয়েটৰ কিলি পলে আচুৰ্য বৰপাত্ৰৰ অতি জনপ্ৰিয় বিদুৰভাই গানটোত ৰীল বনাইছে। প্ৰায় ৪৭ লাখ ফলৱাৰ্চৰে কিলি ভাৰততো অতি জনপ্ৰিয়। @kilipaul_
2
11
143
@skmahanta2013
Shyamkanu Mahanta
3 years
ভয়ংকৰ ভাইৰেল ভিডিঅ'ৰ পাঁচজন অপৰাধী আৰু নিৰ্যাতিত যুৱতী গৰাকী বাংলাদেশৰ। অবৈধ ভাৱে বেংগালুৰুত আছিল। এনে ধৰণৰ অবৈধ কিমান আহি অসমত থিতাপি লৈছেহি সেয়া ভগৱানেহে জানে।কভিড যুদ্ধৰ পাছত অসমৰ NRC খন পুনৰীক্ষণ কৰি শুদ্ধভাৱে প্ৰস্তুত কৰাৰ দৰকাৰ। @himantabiswa @ATULBORA2 @SamujjalBhatta
12
17
145
@skmahanta2013
Shyamkanu Mahanta
11 months
জিম ট্ৰেইনাৰ মিনাক্ষী দাসক গুৱাহাটী গণেশগুৰিৰ গল্ড জিমত যাওঁতে নিয়মিতভাৱে লগ পাইছিলো। তেতিয়াৰ পৰাই দেখিছিলো এগৰাকী অতি উদ্যমী মহিলাক। মটৰ চাইকেলেৰে বিভিন্ন ঠাই ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰা মিনাক্ষীয়ে এতিয়া ৬৭ খন দেশ ভ্ৰমণ কৰিবলৈ আগবাঢ়িছে। ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া যাত্ৰাত
Tweet media one
8
3
141
@skmahanta2013
Shyamkanu Mahanta
3 years
অনিমেষ হত্যাকাণ্ডৰ মূল অভিযুক্ত নীৰজ দাস ওৰফে কলা লৰা নিহত। পলাবলৈ চেষ্টা কৰোতে পুলিছ এছকৰ্ট ভানৰ খুণ্ডাত বহু গোছৰত অভিযুক্ত কলা লৰা নিহত হয় বুলি বাতৰিত প্ৰকাশ।
6
7
137
@skmahanta2013
Shyamkanu Mahanta
3 years
মাজুলীৰ বাবে জল পৰিবহন বিভাগে অনা ৰ' ৰ',ৰ'পেক্স জাহাজ বোৰ বহুৱাই কিয় থোৱা হৈছে? মাৰ নাঁওৰ স্বাৰ্থ ৰক্ষাৰ্থে কাম কৰা, দোষী কৰ্মচাৰীক জৱাবদিহি কৰা হওঁক। ব্যৱস্থাটোৰ overhauling দৰকাৰ। মাজুলী সংযোগী দলংৰ কাম সোনকালে আৰম্ভ হওঁক। @himantabiswa #majuliboattragedy
7
11
139
@skmahanta2013
Shyamkanu Mahanta
3 months
ৰিয়ান পৰাগক শান্তিৰে খেলিবলৈ দিব লাগে। তেওঁৰেই সৌভাগ্য যে গৌতম গম্ভীৰৰ তেওঁৰ ওপৰত সদভাৱ আছে, সুৰ্য্যকুমাৰ যাদৱৰো বিশ্বাস আছে, তিনিখন খেলতেই স্থান দিছে। ৰিয়ান এটা ভাল পেকেজ, এগ্ৰেছিভ বেটছমেন,,ভাল ফিল্ডাৰ, কেইঅভাৰমান বলিং কৰিব পাৰে। কিন্তু শ্ৰীলংকাৰ শ্ল স্পিন সহায়ক পিটছত তেওঁৰ
Tweet media one
14
8
138
@skmahanta2013
Shyamkanu Mahanta
3 years
অৱশেষত প্ৰদীপ দত্ত ৰয় গ্ৰেপ্তাৰ। ধন্যবাদ অসম চৰকাৰ @himantabiswa
14
4
131
@skmahanta2013
Shyamkanu Mahanta
1 year
কৃষ্ণ জন্মাষ্টমীৰ উপলক্ষে ভাতৃ ননীগোপাল দাৰ ঘৰত জেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি আৰু কেইগৰাকীমান বৈষ্ণৱৰ সৈতে এষাৰি নাম গোৱা হয়। #krishnajanmashtami #janmastami
Tweet media one
Tweet media two
5
2
136
@skmahanta2013
Shyamkanu Mahanta
1 year
অসমৰ মেডিকেল কলেজসমূহত প্ৰায় ১২৩ টা এন আৰ আই কোটাৰ ছিট বিষয়টো চৰ্চালৈ আহিছে। ৰাজ্যখনৰ মেডিকেল কলেজৰ প্ৰায় ১৫০০ আসনৰ অধিকাংশই সংৰক্ষিত আসন। ইয়াৰ মাজত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কি হ'ব? এই বিষয়টোলৈ মেধাৱী শিক্ষাৰ্থী, অভিভাৱক সকল চিন্তিত হৈছে। এন আৰ আই কোটা ভাৰতৰ বিভিন্ন
Tweet media one
22
18
130
@skmahanta2013
Shyamkanu Mahanta
3 years
নতুন শিক্ষানীতিৰ কি হব, পৰীক্ষা সমূহ এইবাৰ কেতিয়া হব। যোগাত্মক দৃষ্টিৰে শ্যামকানুৰ সৈতে এইবাৰৰ বিষয় অসমৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা। লাইভত অতিথি শিক্ষামন্ত্ৰী @ranojpegu আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈন। দেওবাৰে পুৱা ১০ বজাত, পুনৰ সম্প্ৰচাৰ বিয়লি ৩ বজাত।
49
14
130
@skmahanta2013
Shyamkanu Mahanta
3 years
মোৰ জন্মদিন উপলক্ষে ঘৰলৈ তিতাবৰৰ বিহু দলটি আহিছিল, হুঁছৰিৰ লগতে পৰিয়ালৰ লগত কিছু সুন্দৰ মুহুৰ্ত। #bihu #birthday - #RongaliBihu @DGPAssamPolice @ngmahanta
Tweet media one
Tweet media two
Tweet media three
Tweet media four
7
2
129
@skmahanta2013
Shyamkanu Mahanta
1 month
কালি অনুৰাধা চিনেমা হলত চিকাৰৰ প্ৰিমিয়াৰ শ্ব চালো। মোৰ ভাল লাগিল। ভাল বুলি ক'বলৈ চিনেমাখনত বহুবোৰ বিষয় আছে। লণ্ডনত সুন্দৰকৈ চিত্ৰ গ্ৰহণ হৈছে। কাৰিকৰী দিশ খুবেই উন্নত। চিকাৰত শংকৰৰ প্ৰেয়সীক কেইজনমান বিদেশীয়ে হত্যা কৰাৰ বাবে শংকৰে লণ্ডনলৈ গৈ প্ৰতিশোধ লোৱাৰ যাত্ৰাটোৱেই চিনেমাখনৰ
Tweet media one
12
9
132
@skmahanta2013
Shyamkanu Mahanta
3 years
@himantabiswa Thanks, much needed this, your personal monitoring will ensure facilitate early justice. Health Deptt the entire community of Assam is doing a great service to people, the community need to be protected. Mob mentality has to stop
1
7
117
@skmahanta2013
Shyamkanu Mahanta
2 years
আমাৰ পিতৃৰ আদ্যশ্ৰাদ্ধ অহা ৮ মাৰ্চত আয়োজন কৰা হৈছে। আমাৰ ঘৰত যথেষ্ট ভক্ত বৈঞ্চৱৰ সমাগম হৈছে, সমাজৰ বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ লোকৰ উপস্থিতিত এক অপুৰ্ব পৰিৱেশৰ সৃষ্টি হৈছে, লগতে আমাৰ পিতৃৰ প্ৰতি ৰাইজৰ স্ন���হ দেখি অভিভূত হৈছো। সকলোৰে প্ৰতি কৃতজ্ঞতা জনালোঁ। #gratitude #family
Tweet media one
Tweet media two
Tweet media three
Tweet media four
3
2
122
@skmahanta2013
Shyamkanu Mahanta
3 years
তালিবানৰ সমৰ্থনত পোষ্ট লিখি গ্ৰেপ্তাৰ ৰাজ্যিক জমিয়ত উলেমাৰ সম্পাদকৰ লগতে মুঠ ১৫ জন৷ চৰকাৰৰ অতি প্ৰশংসনীয় পদক্ষেপ। এনেধৰণৰ চিন্তাধাৰাৰ ব্যক্তিসকল সাৱধান হওঁক। অসমত তালিবানী চিন্তাধাৰাৰ প্ৰসাৰ কৰিবলৈ দিয়াটো উচিত নহব। @himantabiswa @DGPAssamPolice @gpsinghips
9
15
125
@skmahanta2013
Shyamkanu Mahanta
1 year
শচীন টেণ্ডুলকাৰে গুটখাৰ বিজ্ঞাপন নকৰে ! টেণ্ডুলকাৰে অলপতে কৈছে যে গুটখাৰ বিজ্ঞাপন কোম্পানীবোৰে ব্লেংক চেক লৈ তেওঁৰ ওচৰলৈ প্ৰায়েই আহে কিন্তু গুটখাৰ বেয়া প্ৰভাৱৰ বাবেই তেওঁ এনে বিজ্ঞাপনত অংশ নলয়। যোৱা কিছুদিন ধৰি মই অসমৰ সু সন্তান কেন্সাৰ বিশেষজ্ঞ তপন শইকীয়া ডাঙৰীয়াই ফেচবুকত
Tweet media one
11
4
126
@skmahanta2013
Shyamkanu Mahanta
2 years
ৰাজনীতিতেই হওঁক, বাকী জীৱনৰ সকলো ক্ষেত্ৰতেই সৌজন্যতা অতি দৰকাৰী । ফটোখন দেখি ভাল লাগিল। বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰীৰ ডিঙিত গামোচাখন দেখি। Narendra Modi Arvind Kejriwal Mamata Banerjee #gamocha #NarendraModi #ArvindKejriwal #MamtaBanerjee
Tweet media one
4
3
122
@skmahanta2013
Shyamkanu Mahanta
1 year
মোৰ দৃষ্টিত অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ এই তিনিওজনেই নিজস্ব যোগ্যতাৰে একোজন ব্যক্তি। আৰু তেওঁলোকক নিৰ্দিষ্ট সম্প্ৰদায়ৰ নেতা বুলি কোৱাতকৈ সমগ্ৰ অসমৰে নেতা বুলি ক'লে তেওঁলোক অধিক আনন্দিত হ'ব। অখিল গগৈ অসমৰ বিৰোধী ৰাজনীতিত এজন শক্তিশালী প্ৰতিবাদী সত্ত্বা। লুৰিণজ্যোতি গগৈ
Tweet media one
16
5
125
@skmahanta2013
Shyamkanu Mahanta
3 years
ফটোখনৰ মেচেজটো খূব ভাল লাগিল। লেতেৰা কৰা, যতে ততে পিক পেলোৱা আমাৰ বহু ৰাইজৰ অভ্যাস। স্বচ্ছ সৰ্বেক্ষণত অসমৰ নগৰসমূহ আটাইতকৈ পিছপৰা। ৰাইজ, এই লেতেৰা স্বভাৱবোৰ ঠিক কৰিবৰ হল। #swacchbharat #stoplittering @himantabiswa @TheAshokSinghal @SwachhBharatGov
Tweet media one
5
15
122
@skmahanta2013
Shyamkanu Mahanta
2 years
মঞ্জুল বৰুৱাৰ ‘অনুৰ’ এই মাহৰ ২৭ তাৰিখে মুক্তি পাব। মুক্তিৰ দিন পূৰ্বেই নিৰ্ধাৰিত আছিল যদিও পাঠানৰ ধুমুহাত এইখন অসমীয়া চিনেমাৰ বাবে দৰ্শনী দিব পৰা নাই।চৰকাৰে সহায় কৰক। আমি চালেও বা নাচালেও পাঠান চুপাৰহিট হলেই। অনুৰ,ডাঃবেজবৰুৱাৰ দনে চিনেমাক ৰাইজৰ সহযোগিতাৰ দৰকাৰ। @himantabiswa
Tweet media one
10
6
122
@skmahanta2013
Shyamkanu Mahanta
2 years
বটদ্ৰৱাত পুলিচ থানা জ্বলাই দিয়াটো ভৱিষ্যতৰ বাবে অশনি সংকেত বহন কৰিছে। ছৰিফুল নামৰ ব্যক্তিজনৰ মৃত্যু দুৰ্ভাগ্যজনক। পুলিচে যদি অত্যাচাৰ চলাইছে তদন্ত হ'ব লাগে কিন্তু থানা জ্বলোৱাত উচিত ব্যৱস্থা লওক নহ'লে ভৱিষ্যতে এনে ঘটনা আৰু ঘটিব। @himantabiswa @DGPAssamPolice
Tweet media one
18
14
120
@skmahanta2013
Shyamkanu Mahanta
2 months
জুবিন গাৰ্গলৈ USTM ৰ ডক্টৰেট সন্মান, আমি আদৰণি জনাইছো। বিশ্ববিদ্যালয় সমূহে খেলা ধূলা, সংস্কৃতি ইত্যাদি ক্ষেত্ৰত অসাধাৰণ কাম কৰা লোকক এনে অনাৰেৰী ডক্টৰেট দিয়ে। জুবিনে এনে সন্মান পোৱাৰ বাবে অতি যোগ্য, গতিকে দিয়াটো ভাল হৈছে। কিন্তু বৰ্তমান USTM ক লৈ কিছু বিতৰ্ক হৈছে, এনে বিতৰ্ক
Tweet media one
10
9
121
@skmahanta2013
Shyamkanu Mahanta
1 year
আকৌ পাইপ বিস্ফোৰণ, এইবাৰ গুৱাহাটী কমাৰ্চ কলেজ ৰাজগড় লিংক ৰোডৰ সন্মুখত। বাৰে বাৰে এনে ঘটনা হোৱাটো অতি চিন্তাজনক। ক'ৰবাত কেৰোণ আছে, পাইপৰ কোৱালিটিৰ সমস্যা হ'ব পাৰে, পানীৰ শক্তিশালী স্পীডৰ বাবে উপযোগী ডিজাইনৰ পাইপ বহুওৱা হোৱা নাছিল নেকি? বা মূল পাইপ বহাওতে কিবা গণ্ডগোল আছে নেকি।
Tweet media one
14
5
119
@skmahanta2013
Shyamkanu Mahanta
1 year
North East India got real focus in today’s No Confidence motion in Parliament. Thank you Hon’ble PM @narendramodi for your commitment and strong focus on North East last decade. Hoping for better days for Manipur as well as plenty of developmental work in the North East.
Tweet media one
24
10
116
@skmahanta2013
Shyamkanu Mahanta
1 year
Surprised to this horrendous presentation of our beloved Bihu dance welcoming Hon’ble PM of England @RishiSunak during G20. @IndiaG2O #G20Bharat #Bihu @himantabiswa @BimalBorah119
33
18
118
@skmahanta2013
Shyamkanu Mahanta
2 years
নয়নজ্যোতি শইকীয়া নতুন মাষ্টাৰচেফ ইণ্ডিয়া। “আয়া থা চাৰা ভাৰত লে গয়া অসম”- নয়নৰ বিজয়ত বিখ্যাত চেফ ৰণবীৰ ব্ৰাৰৰ মন্তব্য। @masterchefindia ৰ বিজয়ী হিচাপে নয়নজ্যোতিয়ে ২৫ লাখ টকা পুৰস্কাৰ লাভ কৰিব। এই বিজয়ে বহু অসমীয়াক অনুপ্ৰাণিত কৰিব। #MasterChefIndia #MasterChefIndia2023
Tweet media one
Tweet media two
6
8
117
@skmahanta2013
Shyamkanu Mahanta
3 years
A young Assamese junior doctor is beaten mercilessly by a group of miscreants at Udali in Hojai. Hon’ble CM @himantabiswa Please take some very strict, exemplary action, culprits must get a lesson. This is barbaric, will affect the morale of the entire medical fraternity.
7
9
114
@skmahanta2013
Shyamkanu Mahanta
2 months
আজি সামাজিক মাধ্যমত চুমি বৰা ট্ৰেণ্ডিং, কোটিটকীয়া ডেষ্টিনেছন ৱেডিং, ভায়েক বিশাল ফুকনৰ অগাধ সম্পত্তি আৰু লগতে স্বপ্ননীল দাস আৰু এনে বহুজন ট্ৰেডাৰ আটকৰ বাতৰি চৰ্চাত। কিন্তু সকলোৰে উৰ্ধৰ সমস্যাটো হৈছে জনা শুনা মানুহৰো এনে ধৰণৰ স্কীমত বিনিয়োগ। চেবিৰ আইন মতে ষ্টক মাৰ্কেটৰ পৰা
Tweet media one
23
6
117
@skmahanta2013
Shyamkanu Mahanta
1 month
আজি সন্ধিয়া আমাৰ এটা ঘৰুৱা এটা অনুষ্ঠানত মোৰ ভাতৃ, অসম চৰকাৰৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্ত, বিশিষ্ট চিন্তাবিদ, বন্ধু ময়ূৰ বৰা, মোৰ অতি ঘনিষ্ঠ বন্ধু বিশিষ্ট উদ্যোগী, গেটৱে হোটেলৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকা। #friends
Tweet media one
6
1
119
@skmahanta2013
Shyamkanu Mahanta
1 year
আমাৰ মাতৃ নিৰূপমা মহন্তৰ সৈতে আজি আবেলি। #mother #motherlove
Tweet media one
5
0
114
@skmahanta2013
Shyamkanu Mahanta
19 days
জুবিন গাৰ্গে ধ্ৰুপদী ভাষা সন্দৰ্ভত কোৱা কথাখিনি কোনোপধ্যেই সমৰ্থন কৰিব নোৱাৰো। অসমীয়া ভাষাই দেশৰ দহটা ধ্ৰুপদী ভাষাৰ ভিতৰত স্থান লাভ কৰাতো পৰম সৌভাগ্য আৰু গৌৰৱৰ কথা। এইটো একেদিনাই হোৱা নাই। হাজাৰ বছৰীয়া ইতিহাসক বিবেচনা কৰি চৰ্যাপদ, ভট্টদেৱৰ গদ্য তথা শংকৰদেৱ আৰু শংকৰোত্তৰ যুগৰ
19
11
119
@skmahanta2013
Shyamkanu Mahanta
5 months
কংগনা ৰাণাৱটক মহিলা আৰক্ষী জোৱানে চণ্ডীগড় বিমান বন্দৰত প্ৰচণ্ড চৰ দিয়াটো অতি গৰিহণাৰ যোগ্য। মতভেদ হব পাৰে। কথাৰে কটাকটি কৰিব পাৰি। মাৰপিট নকৰাকৈ প্ৰতিবাদৰ বহু মাধ্যম আছে, আমাৰ দেশত।পিছে কিহৰ তাৰণাত এগৰাকী জোৱানে নৱ নিৰ্বাচিত সাংসদ, বিখ্যাত অভিনেত্ৰীৰ গালত পূৰ্ণহতীয়া চৰ সোধাব
51
5
117
@skmahanta2013
Shyamkanu Mahanta
2 years
Tweet media one
2
1
116
@skmahanta2013
Shyamkanu Mahanta
1 year
কাহিলীপাৰাৰ পৰা ভঙাগড় মেডিকেল কলেজলৈকে গুৱাহাটীৰ ভিতৰত গছ-গছনিৰ অপূৰ্ব পৰিৱেশেৰে এটা অতি সুন্দৰ ৰাস্তা। মাননীয় মন্ত্ৰী @BimalBorah119 ডাঙৰীয়াই ৰবীন্দ্ৰ ভৱনত পৰিৱেশ দিৱস উপলক্ষে হব লগীয়া বাটৰ নাটৰ ৰিহাৰ্চেল চাবলৈ নিমন্ত্ৰণ জনালে । তেখেতৰ গাড়ীতে জনপ্ৰিয় অভিনেতা যতীন বৰা,
10
3
112
@skmahanta2013
Shyamkanu Mahanta
3 years
কভিডত আক্ৰান্ত হোৱাৰ ৭ দিনৰ পাছত চাকৰিত যোগদান কৰিব লাগিব(যদিহে হস্পিতেলত থাকিব লগা নহয়), কভিডৰ ৫ দিনৰ পাছত টেষ্ট নকৰাকৈ ঘৰলৈ যাব পাৰিব। মুখ্যমন্ত্ৰী @himantabiswa ৰ ঘোষণা । হাৰ্ড ইমিউনিটীৰ দিশত হয়তো আমি সকলো।
6
2
114
@skmahanta2013
Shyamkanu Mahanta
2 years
লাচিত বৰফুকনক ৰাষ্ট্ৰীয় স্তৰত জনপ্ৰিয় কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্ৰীৰ চিন্তাৰ ফচল - অসম চৰকাৰৰ উদ্যোগত দিল্লীত ২৩,২৪ নবেম্বৰত লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী। দিল্লীৰ মেট্ৰ ৰেল, এয়াৰপৰ্ট ইত্যাদিত লাচিতক হৈ লোৱা ব্ৰেন্ডিংএ বহুৰে দৃষ্টি আকৰ্ষণ কৰিছে @himantabiswa @Pijush_hazarika
Tweet media one
Tweet media two
Tweet media three
8
6
109
@skmahanta2013
Shyamkanu Mahanta
3 years
আশা বিশ্ব সমূদায়ে তালিবানক সংযত হবলৈ বাধ্য কৰিবলৈ সক্ষম হব। মোৰ ফেচবূক পোষ্টটোৰ কমেণ্ট চাইহে গম পালো অসমত ইমান তালিবানৰ সমৰ্থক আছে । @himantabiswa @Pijush_hazarika @padma_hazarika @DGPAssamPolice
Tweet media one
18
13
111
@skmahanta2013
Shyamkanu Mahanta
9 months
গোটেই জীৱন বিজেপিক বম গালি দি পুনৰ বিজেপিতে জইন কৰাটো অসমত নতুন ট্ৰেণ্ড চলিছে।মোক মোদী- হিমন্তৰ চাপৰ্টাৰ বুলি বহু বছৰ ধৰি বিভিন্ন মাধ্যমত তিৰ্য্যক মন্তব্য দি থকা কেইজনমানকো দেখিছো। ৰাজনীতি হয়তো এনেকুৱাই, আৱৰণৰ তলত বহু কথা থাকে। #Politics #assampolitics
12
2
110
@skmahanta2013
Shyamkanu Mahanta
4 years
“আমি সৰুকৈ এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছো কেনেকৈ কৰো” বহু যুৱক-যুৱতীয়ে মোক প্ৰশ্ন কৰে। প্ৰকল্প কেনেকৈ কৰে, ফাইনেঞ্চ কত পায় ইত্যাদি কিছু প্ৰশ্নৰ উত্তৰ দিবলৈ আজি সন্ধিয়া ৯ বজাৰ পাছত মই ফেচবুক পেজত লাইভত আহিম। যি সকল আগ্ৰহী তেওঁলোকে চাব পাৰে। ফেচবুক পেজ Shyamkanu Mahanta
7
5
113
@skmahanta2013
Shyamkanu Mahanta
9 months
আজমল একাডেমীৰ জয়জয়কাৰ। শিক্ষাৰ্থীসকলে কষ্ট কৰিছে, প্লেটফৰ্ম পাইছে, নীট জেইই বিভিন্ন গুৰুত্বপুৰ্ণ স্থানত ছিট পাইছে। অভিনন্দন থাকিল। বিজেপি চৰকাৰৰ দিনত মিঞাসকলে চাকৰি বাকৰি বেছিকৈ পাইছে। বাকী চৰকাৰী স্কিমত কাগজ পত্ৰ ভালকৈ ৰাখি সুবিধাখিনি পাইছে বুলি বহু চৰকাৰী বিষয়াই কয়। বিভিন্ন
Tweet media one
14
4
109
@skmahanta2013
Shyamkanu Mahanta
1 year
On way to Hanoi first then to Ho Chi Minh, Vietnam to finalise contours for our Mega Venture, North East India Festival, Ho Chi Minh City, Vietnam. With the Hon’ble PM’s Act East Vision, this will be an Initiative of Huge Scale, India’s major Initiative in South East Asia led by
Tweet media one
11
0
110
@skmahanta2013
Shyamkanu Mahanta
7 months
গৰুবিহুৰ দিনা দিখৌ নৈত গৰুক গা ধুৱাবলৈ নিয়াটো এক অনাবিল আনন্দ, সুখানুভূতি। পৰিয়ালৰ সদৌটিলৈ বিহুৰ ওলগ জনালোঁ। #bohagbihu
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
5
111
@skmahanta2013
Shyamkanu Mahanta
6 months
আগৰটো ষ্টেটাছত মই লিখিছিলো যে অসমত প্ৰায় ১৫ শতাংশ মানুহেহে বিজ্ঞান পঢ়ে, বিজ্ঞান আৰু কমাৰ্চ শিক্ষাৰ প্ৰতি ল'ৰা-ছোৱালী আগ্ৰহী হ'ব লাগে। বহুতে লিখিছে যে আপুনি কলা শাখাক হীন ���কুৰে চাইছে। মোৰ উদ্দেশ্য সেয়া নহয়। মোৰ দাদা ভাস্কৰজ্যোতি মহন্তই কলা শাখাত পঢ়ি আই পি এছ পাইছিল। দাদা
10
4
110
@skmahanta2013
Shyamkanu Mahanta
1 year
ভিয়েটনামৰ গাঁও অঞ্চললৈ ফুৰিবলৈ গৈ দেখিলো চাৰিওফালে খেতিয়েই খেতি। ধান কৰাই ধান, কোনোবাই কল, কোনোবাই ড্ৰেগন ফ্ৰুট আকৌ কোনোবাই শাক পাছলি খেতি কৰিছে। মই সুধিলো একেখিনি মাটিতে কিমান বাৰ খেতি কৰে? সকলোৱে তিনিবাৰ কৰেই কিন্তু কেতিয়াবা তেওঁলোকে একেখিনি মাটিতে বছৰটোত চাৰিবাৰলৈও খেতি
Tweet media one
Tweet media two
Tweet media three
Tweet media four
7
9
107
@skmahanta2013
Shyamkanu Mahanta
10 months
দেৰগাঁৱৰ বালিজানৰ পথ দুৰ্ঘটনাটো হঠাতে হোৱা ঘটনা নহয়। সমগ্ৰ অঞ্চলটোত দীৰ্ঘদিনজুৰি হাইৱে নিৰ্মাণৰ নামত কনফিউজড ৰোড চিগনেল দি পথচাৰীক বিভ্ৰান্ত কৰি অহা হৈছে। ফলত দুৰ্ঘটনাৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। এতিয়া কুঁৱলীৰ সময়ত পথছোৱা আৰু বেছি বিপদজনক হৈ পৰিছে। মই সেই ৰাস্তাটোৰে সঘনাই
Tweet media one
13
6
107
@skmahanta2013
Shyamkanu Mahanta
1 year
মোৰ প্ৰিয় অসমীয়া হিৰো, বন্ধু ৰবি শৰ্মালৈ লৈ জন্মদিনৰ অফুৰন্ত শুভেচ্ছা জনালোঁ। ৰঘূপতিৰ জড়িয়তে অসমৰ বিনোদনধৰ্মী চিনেমাজগতৰ বাবে এক নতুন মাইলষ্টোন সৃষ্টি কৰা ৰবিয়ে অনাগত দিনত আৰু বহু নতুন নতুন সৃষ্টি কৰি যাওঁক, গুৰুজনাই কুশলে ৰাখক। #happybirthday #RaviSarma
Tweet media one
2
3
108
@skmahanta2013
Shyamkanu Mahanta
7 months
আজি অসমৰ নৱনিযুক্ত মুখ্য সচিব ৰবি কোটা ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতৰ কৰ্ম জীৱনৰ বাবে শুভেচ্ছা জনালো। শিৱসাগৰ, যোৰহাট জিলাৰ উপায়ুক্ত হিচাপে অভিনৱ কাম কৰি জিলাদুখনতে প্ৰভাৱ পেলাই থৈ অহা ৰবি কোটাই গোলাঘাটৰ উপায়ুক্তৰ ৰূপতো গ্ৰাম্য অঞ্চলত বহু উন্নয়নমূলক কাম কৰি প্ৰশংসিত হৈছিল। পাছলৈ
Tweet media one
7
0
109
@skmahanta2013
Shyamkanu Mahanta
3 years
জেনেৰেল বিপিন ৰাৱাট তথা তেখেতৰ পৰিবাৰৰ হেলিকপ্টাৰ দুৰ্ঘটনাত অকাল মৃত্যুত ব্যথিত হলো। কিছুদিনৰ আগতে ভাতৃ @DGPAssamPolice আমন্ত্ৰণত গুৱাহাটীলৈ আহি এটা সাৰুৱা বক্তব্য ৰাখিছিল। সাহসী, কৰ্মদক্ষ সেনা প্ৰধানজনৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। তেখেতৰ আত্মাই সদগতি পাওক। #vipinrawat
Tweet media one
Tweet media two
2
4
105
@skmahanta2013
Shyamkanu Mahanta
3 years
বিহুৰ দিনা শিৱসাগৰৰ ঘৰত, পিতৃ মাতৃ, ভাই পৰিয়ালৰ সৈতে কিছু সময়। সকলোলৈ বিহুৰ ওলগ জনালো। #HappyRongaliBihu #bihu #bihu2022 #awesomeassam #family
Tweet media one
Tweet media two
Tweet media three
Tweet media four
10
3
105
@skmahanta2013
Shyamkanu Mahanta
9 months
এপিএচচি পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন জনালো। আশাকৰো অনাগত দিনত উত্তীৰ্ণ প্ৰাৰ্থীসকলে ভাল কাম কৰি চৰকাৰী ব্যৱস্থা আৰু সক্ৰিয় কৰিব। বহু মেধাৱী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হোৱা পৰীক্ষাটোত আগতে নোপোৱা বা বিভিন্ন সেৱাত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীয়েও স্থান লাভ কৰিছে।
Tweet media one
4
2
103
@skmahanta2013
Shyamkanu Mahanta
2 years
ভোগালী বিহুত আমাৰ পৰিয়ালৰ সৈতে কিছু মুহুৰ্ত। সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। #MaghBihu @ngmahanta @DGPAssamPolice
Tweet media one
Tweet media two
Tweet media three
Tweet media four
2
1
104
@skmahanta2013
Shyamkanu Mahanta
9 months
মই বহু বছৰ জুৰি অসমীয়া নতুন চামক এটা কথা কবলৈ চেষ্টা কৰি আহিছে, আন্দোলন কৰি বহু নেতা হল, ৰাজ্যখনৰ বিশেষ কোনো সমস্যাৰ সমাধানো নহল। নিজে পঢ়া শুনা কৰি ভালদৰে চাকৰি বাকৰি. ব্যৱসায় বাণিজ্য কৰি স্বাৱলম্বী হৈ জাতি আৰু দেশখনক শক্তিশালী কৰিব পাৰি।সেইটোৱেই মেইন, নতুন চামে বুজি পালে
9
7
103
@skmahanta2013
Shyamkanu Mahanta
5 months
এইখিনি অসমৰ এক জীয়া বাস্তৱ। পমুৱা ৰাইজে খেতি বাতি, বেপাৰ বাণিজ্য কৰি লক্ষ্মী আনিছে। খিলঞ্জীয়া ৰাইজৰ ৰাইজৰ এটা বৃহৎ অংশই সহজে ধন ঘটাৰ প্ৰচেষ্টাত, ব্যাপক মদ, ননষ্টপ বিহু, বোকানৃত্য ইত্যাদিত ব্যস্ত। মাটিতেই সোণ আছে, দেহাৰ ঘামতেই ভৱিষ্যত আছে এই বাক্যশাৰী আমাৰ ৰাইজে কেতিয়া বুজিব।
Tweet media one
29
12
107
@skmahanta2013
Shyamkanu Mahanta
1 year
আজি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নতুনকৈ চিফ জেনেৰেল মেনেজাৰ হোৱা সুৰঞ্জনা দত্ত বাইদেউক লগ পালো, ষ্টেট বেংকৰ চি জি এম হোৱা তেখেত প্ৰথমগৰাকী অসমীয়া মহিলা। বাইদেউৰ সৈতে বহুখিনি কথা আলোচনা কৰিলো। অসমত ক্ৰেডিট ডিপজিটৰ হাৰ বৃদ্ধি হৈ প্ৰায় ৫৭ শতাংশ মান হৈছে আৰু অনাগত দিনত আৰু বৃদ্ধি পাব
Tweet media one
8
2
104
@skmahanta2013
Shyamkanu Mahanta
4 years
Thank you @fayedsouza for taking this up. We have been suffering too long, a long term flood Management plan is only way out. @CMOfficeAssam @himantabiswa @paponmusic @_AdilHussain @joibarua @SamujjalBhatta @sardesairajdeep @KDscribe @RatnadipC @RonDuarah
@fayedsouza
Faye DSouza
4 years
76 KILLED IN ASSAM FLOODS AND LANDSLIDES @skmahanta2013 If you look at it, the floods have seriously impacted the economy of Assam. There is no attempt from the Govt of India or govt of Assam to address the issue of flood." Watch the full discussion
5
40
143
0
12
102
@skmahanta2013
Shyamkanu Mahanta
1 year
জুবিন গাৰ্গৰ ৰাজনৈতিক মন্তব্যই সদায়েই বিতৰ্কৰ সৃষ্টি কৰে। ৰাজনৈতিক ভাৱে জুবিন সিমান পৰিপক্ক নহয় আৰু আগতেও তেওঁৰ মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। জুবিনে ডিপ্লমেচি নুবজে, নভৱাকৈ কিছু কথা কয়, কেতিয়াবা বহুতে আঘাত পায়। তেওঁ এনে ধৰণৰ অনাহুত মন্তব্য নকৰাই ভাল বুলি মই ভাবো। ৰাজনৈতিক
Tweet media one
29
6
106
@skmahanta2013
Shyamkanu Mahanta
3 years
অখিল গগৈৰ প্ৰতি শুভেচ্ছা জনালো। প্রথম দিনাই বিধানসভাত হুলস্থুলীয়া পৰিবেশ সৃষ্টি নোহোৱা হলে ভাল আছিল। আমাৰ শিৱসাগৰ খনৰ ইমান দিনে একো উন্নতি নহ'ল। অখিল গগৈ সফল হওঁক আমি যেনেকৈ পাৰো সহযোগ আগবঢ়াম।মেডিয়াক ব্ৰেকিং নিউজ লাগে অখিলৰ পৰা, ৰাইজক কাম লাগে, সেই কথাটো বুজিব লাগিব।
6
4
106
@skmahanta2013
Shyamkanu Mahanta
9 months
"বিমূৰ্ত মোৰ নিশাটি মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ"- এই গীতটি মোৰ দৃষ্টিত ভূপেন দাৰ এক সৰ্বশ্ৰেষ্ঠ সৃষ্টি। গীতটোৰ প্ৰতিটো কথাই সাংঘাতিক ৰোমাণ্টিক। গীতটোৰ বেকগ্ৰাউণ্ডো খুবেই আকৰ্ষণীয়। লেখক, চিত্ৰনিৰ্মাতা, প্ৰাক্তন ডি জি পি মোৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ ভূপেন হাজৰিকাদেৱৰ
8
9
102
@skmahanta2013
Shyamkanu Mahanta
2 months
এতিয়া চুমি বৰাক ৰীল অভিনেত্ৰী নহয়, ইংৰাজী অপৰাধমূলক চিনেমাত দেখা দুধৰ্ষ, বহুৰূপী, চোং সলাই ফুৰা প্ৰফেচনেল অপৰাধী যেন লগা হৈছে। পুলিচে এতিয়ালৈকে ধৰিব নোৱাৰা বিষয়টো মুৰৰ ওপৰেদি গৈছে।আমাৰ শিল্পীসকলৰ লগত চুমি বৰা/ বিশালৰ লগত পঞ্জী ব্যৱসায়িক উদগণি নাই যদি তেন্তে তেওঁলোকে ভয়
Tweet media one
11
1
105
@skmahanta2013
Shyamkanu Mahanta
1 year
কিছুদিনৰ আগতে মই গুৱাহাটী এয়াৰপৰ্টটো ব্যক্তিগতকৰণৰ সমৰ্থনত লিখোতে সহস্ৰজনে মোক ককৰ্থনা কৰিছিল। এইকেইদিন বিভিন্ন কামৰ সংক্ৰান্তত অসমৰ বাহিৰলৈ য��বলগীয়া হোৱাৰ বাবে সঘনাই এয়াৰপৰ্টলৈ গৈছো আৰু বহু কথাই দৃষ্টিগোচৰ হৈছে। প্ৰথম কথা এয়াৰপৰ্টৰ নামটো লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামতে আছে,
14
8
103
@skmahanta2013
Shyamkanu Mahanta
1 year
হীৰেণ গোহাঁই ছাৰ এগৰাকী বিদগ্ধ পণ্ডিত।কেমব্ৰিজৰ ডক্টৰেট, আকৰ্ষণীয় শৈক্ষিক কেৰিয়াৰ, বহু গ্ৰন্থৰ ৰচয়ক, সাহিত্য একাডেমী বটাঁ বিজয়ী, বৌদ্ধিকভাৱে সবত্ৰে সমাদৃত ব্যক্তি। প্ৰজ্ঞাৰ সাধনাৰ ক্ষেত্ৰত এজন মহীৰূহ।তেখেতৰ চিন্তাধাৰা, alternative perspective এখন সক্ৰিয় গণতন্ত্ৰৰ বাবে মই
22
8
103