Raju K Gogoi Profile
Raju K Gogoi

@jayain_raju

1,747
Followers
596
Following
696
Media
31,953
Statuses

A liberal and secular Indian , an Assamese. RT is not endorsement.

India
Joined July 2016
Don't wanna be here? Send us removal request.
@jayain_raju
Raju K Gogoi
1 year
@ANI Three months before they were in dharna for same issue and at that time the concerned central minister attended them, discussed and assured them justice. Since then where was @PTUshaOfficial , our respected IOA President ?
20
66
866
@jayain_raju
Raju K Gogoi
4 years
I have stopped watching @TimesNow and @republic since 2017. Today I am feeling that it was one of the best decision I have taken in my life.
24
96
514
@jayain_raju
Raju K Gogoi
3 years
@sanilsasidhara4 I am an Assamese and I want Malayali to be our national language.
6
11
362
@jayain_raju
Raju K Gogoi
1 year
@smritiirani The reality of Nari Shakti of PM Modi governance.
Tweet media one
Tweet media two
5
43
290
@jayain_raju
Raju K Gogoi
1 year
@RahulGandhi Modiji took 7 years to answer this simple question. #ModiLogic
4
22
248
@jayain_raju
Raju K Gogoi
7 months
Himanta Biswa Sarma will be the first to leave the BJP once the BJP are thrown out of power. — Gaurav Gogoi 🔥
Tweet media one
21
21
229
@jayain_raju
Raju K Gogoi
1 year
@ANI Can't BJP party workers stay away from sloganeering even on the spot of such a horrible accident ?
7
10
194
@jayain_raju
Raju K Gogoi
1 year
@Pun_Starr @AMISHDEVGAN Un logoko B&D bhi bolte hai.
3
11
193
@jayain_raju
Raju K Gogoi
1 year
@himantabiswa So Rahul Gandhi completed one Bharat Jodo Yatra. Another Bharat Jodo Yatra is coming.
3
9
168
@jayain_raju
Raju K Gogoi
1 year
@IndiaTodayNE Kuki rebels didn't understand BJP. Anyway take it as a lesson. Others can too take a note.
7
18
165
@jayain_raju
Raju K Gogoi
1 year
@zoo_bear @smitaprakash After this tweet mmediately received the honour.
Tweet media one
14
12
166
@jayain_raju
Raju K Gogoi
3 years
@BhavikaKapoor5 I admire your boldness.
Tweet media one
7
42
154
@jayain_raju
Raju K Gogoi
3 years
@Swamy39 Tomatoes are only Rs.100/kg in Guwahati, Assam. A pumpkin with around 3kg weight was Rs.40 sometime back and now it is Rs.100.
12
27
136
@jayain_raju
Raju K Gogoi
1 year
@smritiirani At least Rahul Gandhi never used such language directly at you. That's the difference!
6
10
139
@jayain_raju
Raju K Gogoi
1 year
@TVMohandasPai You took a long time to say to Modi government that 5kg rice and other financial beneficiary schemes to 81 crores people is sheer destruction of people's money. Thank you. Better late than never.
2
5
138
@jayain_raju
Raju K Gogoi
1 year
@ani_digital @ANI How this gentleman knows everything related to Modi regime ? In a short time he can say and confirm what is true , lie or blasphemous.
4
8
121
@jayain_raju
Raju K Gogoi
4 years
আমি আহোম কিন্তু আমাৰ চুবুৰীয়া প্ৰায় বোৰেই বামুণ গোসাঁই। গাওঁ খন কোছ কলিতাৰ। পূজা, ভাওনা, সবাহ, বিহু সকলো ছলিছিল। ওচৰতে মুচলমান গাওঁ। আমি সকলোৰে একেলগে পঢ়াশুনা কৰিছিলো। আমি ভেদাভেদ গমেই নাপালো। এতিয়া কি হৈ গল। পাৰ্টী, নেতা সকলোৱে মানুহে মানুহক জাতি ধৰ্মৰ নামত শত্ৰূ কৰি পেলালে।
8
14
117
@jayain_raju
Raju K Gogoi
1 year
@MithilaWaala Check the names of the winners. 95% are Hindus.
8
4
105
@jayain_raju
Raju K Gogoi
5 months
আমাৰ যোৰহাটৰ ভোটাৰে নিজৰ বিচক্ষনতাৰ পৰিচয় দিলে।
10
4
107
@jayain_raju
Raju K Gogoi
2 years
She is now reached . She is safe.
12
2
94
@jayain_raju
Raju K Gogoi
1 year
@Joydas Nice story. Many people's oxytocin will be triggered by it and it is a good Sunday feed for bhakts.
2
2
87
@jayain_raju
Raju K Gogoi
1 year
@Suhelseth No need to go to Papua New Guinea just go to Rastrapati Bhavan in New Delhi. A lady who is the supreme leader of the country resides there. Just make her a simple request to inaugurate it. She will oblige.
7
11
91
@jayain_raju
Raju K Gogoi
1 year
@veerappavenkap1 @TajinderBagga @narendramodi Bagga's India comprises of UP and Gujarat only.
1
2
91
@jayain_raju
Raju K Gogoi
1 year
@PTI_News Rahul Gandhi striked at the right place. Full 10 points score.
4
2
89
@jayain_raju
Raju K Gogoi
1 year
@sandythapar Sir, Neeraj Chopra opened the gate and my gut feeling since yesterday was that he will come first.
3
5
84
@jayain_raju
Raju K Gogoi
4 years
My kids had a good time today.
Tweet media one
5
0
85
@jayain_raju
Raju K Gogoi
2 years
I am not an AAP member but this comparison is cheap.
@himantabiswa
Himanta Biswa Sarma
2 years
Did Lachit Barphukan provide any hospitality to Aurangzeb? So what kind of hospitality was Arvind Kejriwal expecting in Assam?
370
2K
8K
1
14
86
@jayain_raju
Raju K Gogoi
1 year
@ani_digital @ANI Did @DrSJaishankar meet 2002 riot victims of Gujarat ? Did he speak on release of Bilkis Bano rapists ? #Jaishankar
5
12
76
@jayain_raju
Raju K Gogoi
2 years
দেউতাৰ নশ্বৰ দেহ যোৱা কালি পঞ্চভূতত বিলীন হৈ গল।
60
0
82
@jayain_raju
Raju K Gogoi
4 years
আপোনাৰ চাকৰি বাকৰি মোগলে কঢ়া নাই। আপোনাৰ ব্যৱসায় বাণিজ্য মোগলে দখলত ৰখা নাই। এবাৰ মন কৰক কোনে দখলত ৰাখিছে আৰু কোনে কাঢ়িছে। যিদিনা পূৰ্ণ গ্ৰাস কৰিব সেই দিনা গম লবলৈ ৰৈ নাথাকিব। গ্ৰাসকৰ্তাই সাৰ পানী দিয়া কেইটামান টকা, এসাঁজ ভোজভাত আৰু মিছা কথাত ভোল গৈ চিন্তা নকৰাকৈ নাথাকিব ।
3
9
76
@jayain_raju
Raju K Gogoi
1 year
@njohncamm @myogiadityanath Test him in Manipur first. We need control of our statee in priority rather than France.
7
5
73
@jayain_raju
Raju K Gogoi
1 year
@ani_digital @ANI The things which he never did in his lifetime is doing now. This is the pull of politics.
1
0
68
@jayain_raju
Raju K Gogoi
4 years
যিটো কাম আজি লুৰীণজ্যোতিয়ে কৰিছে সেই কাম কৰিব লাগিছিল সমুজ্বল ভট্টাচাৰ্যই । আটাইতকৈ নিৰাপদ খেলিলে তেওঁ। আপুনি কিহৰ নেতা যদি প্ৰয়োজনত আপুনি সন্মুখ সমৰত থাকিব নোৱাৰে ? যেতিয়া আপোনাৰ প্ৰতক্ষ‍্য‍্য যোগদানৰ প্ৰয়োজন তেতিয়া বিবেকে আৰু বহু আহ্বান জনাব লাগে।
1
1
71
@jayain_raju
Raju K Gogoi
4 years
এজন বিজেপিৰ স্থানীয় নেতা মোৰ ঘৰলৈ আহিল। মোৰ চিনাকি। ভাল মানুহ। তেওঁ কথা বতৰাৰ মাজত মোক বিজেপিৰ লগত সহযোগ কৰিবলৈ কলে। মই তেওঁক কলো মই কিয় নোৱাৰা। আজিলৈকে আন কোনো দলৰ কৰ্মী মোৰ ওচৰলৈ অহা নাই। এনেকৈ যদি এটা দলে ১০০ জনৰ ওচৰলৈ যায় তাৰে ৩০ জনে সহযোগ কৰিব। এইয়া বিজেপিৰ সফলতাৰ কাৰণ।
2
4
69
@jayain_raju
Raju K Gogoi
1 year
@IndianSinghh How many Indian languages you tried to learn ?
0
1
73
@jayain_raju
Raju K Gogoi
2 years
My daughter who is an internee in IIT Kharagpur was traveling from Howrah to Guwahati by Kamrup Express 15959 in coach B3 seat 30 She sent a SMS of SOS at 9.32 pm yesterday and now she is unreachable. Please help. @RailMinIndia @RailwaySeva @RailwayPoliceJK @rpfner @assampolice
8
21
71
@jayain_raju
Raju K Gogoi
1 year
@IPF_ORG Salute Indian Police Foundation. Today everyone should come forward to uphold truth and brotherhood.
1
4
67
@jayain_raju
Raju K Gogoi
4 years
এজনে মোক টুইটাৰত প্ৰশ্ন এটা কৰাত কলে তেখেতে বোলে মোৰ উপাধি টো দেখিয়ে গম পালে মোৰ মানসিকতা কেনেকুৱা। এইটো এটা নতুন ধাৰা দেখিলো। পৰিবৰ্তন কথামতেই আহিল দেই। উপাধি মতেই গনেশ গগৈ , লীলা গগৈ, প্ৰদীপ গগৈ, অখিল গগৈ, তপন গগৈ, লুৰীণজ্যোতি গগৈ, গৌৰৱ গগৈৰ জাতীয়তাবাদ আৰু মানসিকতা মানে একেই।
11
0
70
@jayain_raju
Raju K Gogoi
1 year
@cricketaakash Have you seen other PM's or Heads of the country holding mega events and addressing their diaspora in India ?
8
5
65
@jayain_raju
Raju K Gogoi
4 years
Midnight moments of son's completion of his 16th years of age. Happy B'day Maimun.
Tweet media one
Tweet media two
Tweet media three
15
1
66
@jayain_raju
Raju K Gogoi
4 years
তৰুণ গগৈ ছাৰৰ এটা মন কৰিবলগীয়া কথা হল অসমৰ চৰকাৰী হস্পিতালত তেখেতে শেষ মুহুৰ্তলৈ চিকিৎসা গ্ৰহণ কৰিলে। চৰকাৰী এম্বোলেঞ্চেৰে হস্পিতালৈ আহিলে আৰু এখন ৰাজহুৱা স্মশানত সৎকাৰ কৰা হল যত সকলো স্তৰৰ মানহে স্থান পায়। অন্তিম যাত্ৰালৈকে তেখেত সাধাৰণ জনতাৰ লগত থাকিল।
1
3
66
@jayain_raju
Raju K Gogoi
1 year
@zoo_bear Why you haven't tagged Ma'am @smitaprakash ?
4
5
64
@jayain_raju
Raju K Gogoi
2 years
কোনোবাই অসম চৰকাৰৰ exam fees refund ক প্ৰশংসা কৰাৰ কথা কৈছে। ১৫ লক্ষ refund process কৰোঁতে কিমান সময় লাগিব ? কিমান work hours ৰ ক্ষতি হব ? Refund য়েই যদি কৰিব লগীয়া আছিল, তেন্তে ললে কিয় ? Unproductive কাম বোৰক কিয় বাহ বাহ দিব বিছাৰে, বুজা টান। মোগল এজনলৈহে মনত পৰে।
3
2
67
@jayain_raju
Raju K Gogoi
4 years
৩ বছৰ চৰকাৰী চাকৰি কৰিছিলো। চাকৰি এৰি আকৌ ২ বছৰ পঢ়িলো। তাৰ পাচত একেৰাহে এতিয়ালৈকে ২৫ বছৰ বেচৰকাৰী খণ্ডত চাকৰি কৰি আছো। সকলো ভাল আছিল কিন্তু ২০১৬ চনৰ পৰা জীবনলৈ প্ৰচণ্ড চাপ আহিল আৰু যোৱা ১ বছৰৰ পৰা পেপা কাঢ়ি গৈছোঁ। ভবা নাছিলোঁ যে এনেকুৱা দিনো আহিব। কোনোবাই কব নেকি আচ্ছে দিন কত?
3
1
67
@jayain_raju
Raju K Gogoi
4 years
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হাগ্ৰামা মহীলাৰী ডাঙৰীয়া দুয়ো জনে আজি কলে যে নিৰ্বাচনৰ সময়ত কোৱা কথাবোৰ এতিয়া অপ্ৰাসংগিক। ইয়াৰ পৰা দুটা কথা ওলাই পৰে। এক, তেওঁলোকে ভোটাৰক এক অবুজন প্ৰাণী হিচাপে ঞ্জান কৰে। দুই ,তেনেলোকে নিৰ্বাচনত কোৱা কোনো কথাই বিশ্বাস কৰিব নালাগে। সৱ মিছা কথা
3
4
67
@jayain_raju
Raju K Gogoi
1 year
@FltLtAnoopVerma Do you know who created these divisions among Hindus?
10
3
60
@jayain_raju
Raju K Gogoi
4 years
পত্নীয়ে ভাত খাবলৈ মতাৰ লগে লগেই নাযাব দেই, নহলে যগত পানী ভৰাবলৈ কব নহলে আলু পিটিকা বনাবলৈ কব .... 😜
4
1
66
@jayain_raju
Raju K Gogoi
1 year
@ranojpeguassam পানী তোলা পাম্প,মটৰ চাইকেলৰ টায়াৰ, ঘৰ ৰং কৰা ৰং, ভাল হুইস্কী, বৈদ্যুতিক সামগ্ৰী, দৰৱ, বাচন বৰ্তন, গেছ বাৰ্ণাৰ, ৱাচিং মছিন, ফ্ৰীজ আদিৰ উদ‍্যোগ স্থাপনৰ ব্যৱস্থা কৰক। আচনি নিদিলেও হব। মানুহক কাম দিয়ক। নিস্কৰ্ম সমাজ এখনে প্ৰগতি আৰু অৰ্থনৈতিক সবলতা দিব নোৱাৰে। মানুহক উৎপাদনমুখী কৰক।
1
4
67
@jayain_raju
Raju K Gogoi
5 months
চৰকাৰ এন ডি এৰ হওক। কোনো আপত্তি নাই মাত্ৰ বিৰোধী এক শক্তিশালী অৱস্থাত থাকিব লাগে।
Tweet media one
4
1
67
@jayain_raju
Raju K Gogoi
2 years
মোৰ বুঢ়াদেউতাৰ গাঁৱৰ ( বেতবাৰী, শিৱসাগৰ) আমাৰ নামঘৰৰ এই তোৰণখন মোৰ ভাইটিয়ে আমাৰ পৰিয়ালৰ হৈ আগবঢ়াইছে। পৰহিলৈ আমাৰ ��্থানীয় সাংসদ শ্ৰীযুত তপন গগৈ দেৱে তোৰণখন উম্মোচন কৰিব।
Tweet media one
5
2
65
@jayain_raju
Raju K Gogoi
5 years
@tavleen_singh @rohini_sgh Right you didn't support them but you constantly promote them .
0
4
50
@jayain_raju
Raju K Gogoi
1 year
বান্দৰৰ পৰা ৰক্ষা পৰি কোনোমতে এই অৱস্থা পাইছিলেহি। যোৰহাট।
Tweet media one
5
0
64
@jayain_raju
Raju K Gogoi
4 years
চিয়াং নদীৰ ৰাণাঘাট দলংত যোৱা কালি।
Tweet media one
5
2
62
@jayain_raju
Raju K Gogoi
8 months
Watch this video. Bihu dance in a mall as a part of an Institute's annual program. The mall is not of Guwahat. One of the dancer is my son.
3
5
63
@jayain_raju
Raju K Gogoi
11 months
গছৰ পৰা ফল সৰি হোৱা পুলি। কিহৰ পুলি ? ধৰিব পাৰিছে ?
Tweet media one
15
1
65
@jayain_raju
Raju K Gogoi
4 years
মোডীজীৰ ডিগ্ৰী অস্পষ্ট। তেওঁৰ বিবাহৰ কথাটো বহুদিনলৈ গাপ দি ৰাখিছিল। তেওঁ মিছাকৈ অসমবাসীক কৈছিল তেওঁলোকৰ চৰকাৰ অহাৰ পাছত তালি তুপুলা বান্ধি সকলো বাংলাদেশী বিদেশী যাবগৈ। বিমুদ্ৰাকৰণ UP নিৰ্বাচন জিকাৰ বাদে একো নাছিল। কওতেই এজনে ৰূদ্ৰমুৰ্তি ধৰিলে।আৰু নকলো। সচাক সহ্য কিয় কৰিব নোৱাৰে?
4
3
62
@jayain_raju
Raju K Gogoi
8 months
আহোম জাতিটো যেনেকৈ বিধস্ত হৈ গল। বীৰ লাচিতক চুৰীয়া পিন্ধালতো মাত মাতিব নোৱাৰা হল। স্বৰ্গদেউ সকলৰ অপবাদ আনিলেও মাত মাতিব নোৱাৰা হল।বেলি মাৰ গল। ঠিক তেনেকৈ আজি অসমীয়াৰো সেই অৱস্থা। একো কৰিব নোৱাৰো হল। চকুৰ আগতেই তিলে তিলে মৃত্যু মুখলৈ ধাবিত হল। #অসমীয়া
2
2
63
@jayain_raju
Raju K Gogoi
2 years
হোৱাটচ এপ ফৰৱাৰ্দ।
Tweet media one
8
1
63
@jayain_raju
Raju K Gogoi
4 years
এজন অসম মুলুকৰ বিয়াগোম নেতা উৰফে Assam's Best Dancer ৰে কলে অৰ্ণৱ গোস্বামীৰ কেছটো পুৰণি আৰু কেৱল আক্ৰোশৰ বাবেহে তেওঁক গ্ৰেপ্তাৰ কৰিছে। কিন্তু তেখেতে পাহৰিলে যে অখিল গগৈৰ প্ৰথম কেছটো দহ বছৰ পুৰণি। পাহৰিলে মনিপুৰৰ সাংবাদিক কিশোৰ চন্দ্ৰ ৱাংখেমক কিয় জেলত বিজেপি চৰকাৰে ভৰাই থৈছে।
5
5
62
@jayain_raju
Raju K Gogoi
2 years
এতিয়া মাত্ৰ তিনি ধৰণৰ চাকৰি ওলোৱা দেখা যায়। শিক্ষক, পুলিচ কনিষ্টবল আৰু নাৰ্চ। বাকী বোৰ খুব কম। কিয় ?
8
2
63
@jayain_raju
Raju K Gogoi
4 years
মোডীজীয়ে কয় কংগ্ৰেছে ৬০ বছৰত যিমান কৰিছিল বিজেপিয়ে ৪ বছৰত তাতকৈ বেছি কৰিলে। দহ চেকেণ্ড চকু মুদি দীঘলকৈ উশাহ এটা লৈ কওকছোন কি বেছি কৰিলে ?
7
0
60
@jayain_raju
Raju K Gogoi
4 years
বিজেপিৰ সভাপতিৰ মতে অসমৰ প্ৰায় 2.2 কোটি ভোটাৰৰ 44 লাখ হল তেওঁলোকৰ কাৰ্য্যকৰ্তা। প্ৰতি 5 জন ভোটাৰৰ এজন। ইমানবোৰ যদি কাৰ্য্যকৰ্তা আছেই তেতিয়া হলে। এইটো দিম সেইটো দিম। সভ্যতাৰ যুজঁ। ৰেলি।আইটি চেল। চাইকেল চালনা। বাইক চালনা। খানা।টুপী প্ৰদান। হিতাধিকাৰী। খৰচ।হেলিকপ্তাৰ। এইবোৰ কেলেই?
5
3
60
@jayain_raju
Raju K Gogoi
2 years
এই অসমত এনে সংগম। অভিনন্দন জনাওঁ নেকি ?
Tweet media one
4
4
60
@jayain_raju
Raju K Gogoi
2 years
ঘোছ খোৱা সকললৈ বিশেষ উপদেশ। ১) কাৰ্য্যালয়ত নলব। ২) মোটা অংকৰ ধন নলব। ঘনাই খুটিলে পুঠী খলিহনাই ঠিক আছে। ৩) ঘৰত নগদ ধন নথব। ৪) লগৰ মানুহক বিনা কাৰণত জোকাই নলব। ৫) পাৰ্টি বা সংগঠন সমূহৰ লগত ভাল সম্পৰ্ক ৰাখক। প্ৰশংসা কৰক। মনত ৰাখিব বেছিকৈ মুখ মেলিলে মুখ ফাটে আৰু সাৱধানীৰ মৰণ নাই।
9
1
60
@jayain_raju
Raju K Gogoi
4 years
যোৰহাটৰ বহু লোকে শ্ৰীযুত তৰুণ গগৈক তৰুণদা বুলি মাতিছিল। বহুতেই আকৌ ককাইদেউ বুলি মাতে। তেখেত দিল্লীত ফুড মিনিষ্টাৰ হৈ টালকোটৰা ৰডত থাকোতে তেখেতক কাম এটাৰ বাবে লগ কৰিছিলো।মোৰ কামটো তেখেতে কৰি ৰাজনীতিকৰ প্ৰতি থকা মোৰ ধাৰণা সলনি কৰি দিছিল। পাছত ২৫ বছৰে এবাৰো লগ নাপালো। দুখ লাগিছে।
2
2
59
@jayain_raju
Raju K Gogoi
1 year
আগতে কম মানুহে সন্দেহ কৰিছিল আৰু এতিয়া বেছি হল‌।
Tweet media one
4
2
61
@jayain_raju
Raju K Gogoi
4 months
গৌৰৱ গগৈয়ে এই সপোনক বাস্তৱত ৰূপ দিব পাৰিবনে ?
Tweet media one
6
1
59
@jayain_raju
Raju K Gogoi
6 months
আমি মাছ মাংস খাম নে নেখাম। খালে কেতিয়া খাম, সেয়া এতিয়া বিজেপি আৰু আৰ এছ এছে ঠিক কৰি দিব। আমাৰ খাদ্যভ্যাসটো একনায়কত্ববাদী শক্তিৰ মতেই গঢ়িব লাগিব। মনখুলি ভোট দিয়ক।
7
4
59
@jayain_raju
Raju K Gogoi
2 years
দেউতাৰ বিষয়ে আজি দুখনমান বাতৰি কাকতত।
Tweet media one
Tweet media two
@jayain_raju
Raju K Gogoi
2 years
দেউতাৰ নশ্বৰ দেহ যোৱা কালি পঞ্চভূতত বিলীন হৈ গল।
60
0
82
3
2
56
@jayain_raju
Raju K Gogoi
3 years
হিন্দী শিকিলে বহিঃৰাজ্যত সহজে চাকৰি পাব। মন্ত্ৰী সকলে এনেকুৱা ধাৰ নাইকিয়া কথাবোৰ কিয় কয় ? এনে কথাত ভোল নাযাব। চাকৰি থকা হাইদ্ৰাবাদ, বাঙ্গালোৰ, চেন্নাই, কলিকতা,মোম্বাই,গুৱা,দিল্লীত চাকৰি পাবলৈ হিন্দী নালাগে। হিন্দী লগা ইউ পি, বিহাৰত চাকৰি পাবলৈয়ে নাই। তেওঁলোকহে বাহিৰলৈ যায়।
4
2
56
@jayain_raju
Raju K Gogoi
4 years
যিটো লৰাই অকলে কেলেংকাৰীৰ বিৰুদ্ধে ধৰ্ণা দিছিল APSC অফিচৰ সন্মুখত। যেতিয়া কংগ্ৰেছৰ দিনত অসমত বিৰোধী নাছিল তেতিয়া যি অকলে বিৰোধী লোক সকলক নেতৃত্ব দিছিল। বিৰোধীৰ ভুমিকা পালন কৰিছিল। বৃহৎ নদীবান্ধৰ বিৰোধীতা কৰি ৰাইজক সজাগ কৰিছিল। খিলঞ্জীয়াৰ হকে যুজিছিল।
2
2
57
@jayain_raju
Raju K Gogoi
2 years
ইস্তানবুলৰ টাকচিম বজাৰত যোৱাকালি । ২ কিমিতকৈ দীঘল বজাৰৰ বাটত গাড়ী চলাচল কৰিবলৈ দিয়া নহয়।
Tweet media one
2
1
57
@jayain_raju
Raju K Gogoi
4 years
নভেম্বৰত গুৱাহাটীৰ পৰা এবাৰ অহা যোৱা কৰিলো তেজপুৰলৈ, এবাৰ নগাঁওলৈ, এবাৰ মঙ্গলদৈলৈ আৰু আজি আহিলো যোৰহাটলৈ। এহেজাৰ টকাতকৈ বেছি টলগেটত দিলো। এজনৰ পৰাই ইমান। হাজাৰ হাজাৰ জনৰ পৰা মাহেকত কিমান ঘটিছে ? আনে কৰি থৈ যোৱা কামৰ জহত কিছুমানৰ ভাগ্যত এনেকৈ ঘটাৰ আৰু খৰছ কৰাৰৰ ৰাজযোগ থাকে।
3
0
54
@jayain_raju
Raju K Gogoi
3 years
১০টা নেমু, ১৩টা পুৰঠ কাচকল আৰু এপোৱা জলকীয়া ৫০ টকাত কিনোতে মোৰ মনটো ভাল লগাতকৈ বেয়া লাগি গল।
6
2
54
@jayain_raju
Raju K Gogoi
2 years
সাউতকৈ বিলাহীৰ দাম আজি বেলতলা বজাৰতে ৮০টকা কিলো হলগৈ। জয় শ্ৰী ৰাম।
9
1
57
@jayain_raju
Raju K Gogoi
4 months
আগতে প্ৰায়ে শুনা গৈছিল ৮৫৫ জন শ্বহীদৰ বিষয়ে। এতিয়া আন্দলনো নাই। জাতীয়তাবাদো নাই। ৮৫৫ জন শ্বহীদৰ উল্লেখো নাই। শ্বহীদ সকলৰ ত‍্যাগৰ বিনিময়ত এটা ৰাজনৈতিক দল গঠন হল। ৰাজপাট খালে‌। সেই দল এতিয়া হিন্দুৰ নামত ৰাজনীতি কৰা দলৰ উপাংগ হল। নিলৰ্জ পৰাজয়। চুড়ান্ত বশ‍্যতা। ধিক অসমীয়া !
6
6
55
@jayain_raju
Raju K Gogoi
4 years
লক্ষীমপুৰবাসীয়ে মোডীজীক কালিলৈ সুধিবনে যে বাণপানীৰ সময়ত তেওঁৰ কিয় মনত নপৰে ? বাণপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবনে ?
2
8
52
@jayain_raju
Raju K Gogoi
2 years
২০১৬ চনৰ পৰা অসমৰ এনে পৰিৱৰ্তন হৈ গল। কিবা দুৰ্নীতি শুনিছেনে ? কিবা মুল‍্যবৃদ্ধিৰ আলোচনা শুনিছেনে ? আজি সকলো সুখী। ছাত্ৰ ছাত্ৰী সুখী। নিবনুৱা সুখী। কৰ্মচাৰী সুখী( সংগঠনেই বন্ধ কৰিলে)। বেপাৰী সুখী। ঠিকাদাৰ সুখী। খেতিয়ক সুখী। মজদুৰ সুখী। ভোটাৰ সুখী। শিক্ষক সুখী। মাত্ৰ সুখ আৰু সুখ।
6
3
56
@jayain_raju
Raju K Gogoi
3 years
দিপাৱলী বুলি আজি পোৱা বন্ধুৰ উপহাৰ।
Tweet media one
5
0
55
@jayain_raju
Raju K Gogoi
3 years
কাকো নোকোৱাকৈ চাডেন ভিজিট কৰাৰ কাৰণে ফটোগ্ৰাফাৰৰ কিমান কষ্ট হৈছে চাওকছোন। দেওবাৰে ৰাতি ৮.৪৫ বজাত কোনেও নজনাকৈয়ে কাম চাবলৈ ভিজিটত যাওঁতে জেষ্ঠ কৰ্মচাৰী, ফটোগ্ৰাফাৰ, সাংবাদিক থাউকতে ওলালেহি। এয়াহে শক্তি।
Tweet media one
6
3
51
@jayain_raju
Raju K Gogoi
7 months
হাৰক জিকক পিছৰ কথা কিন্তু অসম বিজেপিয়ে গৌৰৱ গগৈক যিটো গুৰুত্ব দিছে সেইটো অবিস্মৰনীয়। গৌৰৱ সচাকৈয়ে যোৰহাট সমষ্টিবাসীৰ বাবে গৌৰৱ। যোৰহাট সমষ্টি এক তাৰকা সমষ্টি হৈ পৰিল মাত্ৰ এজন নেতাৰ বাবে। #GauravGogoi
1
3
53
@jayain_raju
Raju K Gogoi
5 months
Congratulations for the glorious victory ! @GauravGogoiAsm .
Tweet media one
2
3
53
@jayain_raju
Raju K Gogoi
3 years
@Swamy39 Your arch rival condemning it and only your party man not taking name.
1
1
50
@jayain_raju
Raju K Gogoi
1 year
আজি মিঠাই আৰু চেনী এৰা পাঁচ বছৰ সম্পূৰ্ণ হ’ল " " " সদায় ৰাতিপুৱা পাঁচ কিলোমিটাৰ খোজ কঢ়া আৰু 20 মিনিট ব্যায়াম কৰা অভ্যাসত পৰিণত হ'ল ... " " " চাহ কফি সম্পূৰ্ণ ত্যাগ, কেৱল সেউজীয়া শাক পাচলি, সেয়াও অৰ্গেনিক ... " " " ১/২ ক্ৰমশ
4
2
54
@jayain_raju
Raju K Gogoi
1 year
বিজেপি প্ৰৱক্তা এজনে কোৱা শুনিলো মোডী নথকাহলে কভিদ কালত ভাৰতৰ কি অৱস্থা হলহেতেন তাৰ ঠিকনা নাই। হেৰৌ আন দেশ বাদেই দিলো ওচৰৰ বাংলাদেশতটো মোডী নাছিল। কি হল ? আমাতকৈ তেওঁলোকৰ এতিয়া জনমুৰি আয় বাঢ়িলহে।
2
1
54
@jayain_raju
Raju K Gogoi
4 years
I have just completed one more year of my life.
21
0
51
@jayain_raju
Raju K Gogoi
3 years
Seen some mainland political experts commented that after induction of @SushmitaDevAITC TMC made big inroads in Assam and replace INC in the state. I think these experts should do some exercise to improve their poor knowledge on Assam.
0
10
48
@jayain_raju
Raju K Gogoi
1 year
আজি মোডী চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱৰ গুৰি ধৰি অসমৰ সাসংদ #গৌৰৱগগৈ য়ে সংসদত যি ভাষন দিলে সেই ভাষনৰ প্ৰশংসা অসমৰ বাহিৰৰ বহু বিশিষ্ট ব্যক্তিয়ে কৰা দেখিলো কিন্তু টুইটাৰত তেনে কোনো ধনাত্মক বক্তব্য অসমৰ লোক সকলৰ মাজৰ পৰা কৰা নেদেখিলো। নে মোৰ টাইমলাইনলৈ নাহিল ? #GauravGogoi
6
2
53
@jayain_raju
Raju K Gogoi
7 months
Received this video on @GauravGogoiAsm from a friend.
2
11
54
@jayain_raju
Raju K Gogoi
4 years
এলপিজিৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ঘনে ঘনে বঢ়াৰ বাবে মানুহবোৰ ইমান সুখী কিয় ? মিঠাতেল এলিটাৰত ১৭০টকা হলগৈ কিন্তু ই যেন ৰাইজৰ আনন্দ বঢ়াইছেহে। মিটিংলৈ বাছে বাছে মানুহ। শ শ পুৰোহিতৰে যজ্ঞ। ঠায়ে ঠায়ে গধুলি হলে দিৱালী। মাত্ৰ ৫০ টকা কিলো পিয়াজে চাৰিওফালে আনন্দ বোৱাই দিছে।
4
5
50
@jayain_raju
Raju K Gogoi
4 years
চিত্ৰশিল্পী ৰবিন বৰুৱাৰ ( প্ৰান্তিক ৰ লগত কেইবা দশক জড়িত আছিল।) বৌয়ে বৰ ভাল আচাৰ বনাই। এতিয়া অলপ অচৰপকৈ বিক্ৰীও কৰে। ভেটা পাৰাৰ হাউচিং কলনীৰ গেট খনৰ ওচৰত। নামো এটা দিছে "সোৱাদ"। যোৱা কালি নিজে গৈ অলপ আনিলো। সচাই সোৱাদ। বৌৰ প্ৰচেষ্টা সফল হওক।
Tweet media one
1
3
52
@jayain_raju
Raju K Gogoi
1 year
Impressive speech by Guarav Gogoi in Parliament today. Proud and happy that an Assamese is leading the no confidence motion against Modi govt with such an impressive and forceful manner. #GauravGogoi
5
3
50
@jayain_raju
Raju K Gogoi
2 years
মাহে ৫ কিলো চাউলৰ ঠাইত এতিয়া ১০ কিলো চলি আছে। গিয়েৰ সলনি কৰি দিলে। ৫ জনীয়া পৰিয়াল এটাই এতিয়া ৫০ কিলো পায়। ১২৫০ টকাৰ অৰুনোদয় আচনি আছেই । ভোট খাটাং। মানুহ অকল খাবলৈহে জীয়াই থাকিব নেকি ?
4
3
50
@jayain_raju
Raju K Gogoi
3 years
বাৰাণ্ডাৰ ফুলনি।
Tweet media one
0
1
50
@jayain_raju
Raju K Gogoi
3 years
যেতিয়া মিঠাতেলৰ দাম লিটাৰত ৮০ টকা হৈছিল তেতিয়া মূল্য বৃদ্ধি সহিব নোৱাৰি অসমীয়া নিউজ চেনেল কেইটাই শ্ৰীযুত ৰূপক গোস্বামীক বহূৱাই লৈ নিতৌ টক শ্ব কৰিছিল কিন্তু এতিয়া ১৭০ টকা হলত আৰাম অনুভৱ কৰি সকলো পাহৰি গল।
2
2
52
@jayain_raju
Raju K Gogoi
9 months
My son celebrating Magh Bihu in their Institute.
Tweet media one
1
0
51
@jayain_raju
Raju K Gogoi
4 years
চুবুৰীয়ে চুবুৰীয়ে গাঁৱে গাঁৱে গৈ আছুয়ে (AASU) CAAৰ ভয়াবহতাৰ ওপৰত চৰ্চা কৰা কথা আছিল। মানুহক সজাগ কৰাৰ কথা আছিল। এনে কৰিছেনে ? যদি কৰিছে। ভাল কথা। যদি নাই কৰা। কেতিয়া কৰিব ? নিৰ্বাচন শেষ হৈ হোৱাৰ পাছত ? CAA উদ্যোক্তাই চৰকাৰ গঠন কৰাৰ পাছত ? এনে আৰু বহু প্ৰশ্নৰ উদয় হব।
2
3
51
@jayain_raju
Raju K Gogoi
2 years
জুন মাহত গুৱাহাটীবাসীয়ে ঘৰে ঘৰে খোৱা পানীৰ ৰাজহুৱা যোগান পোৱাৰ কথা আছিল। এতিয়া আগষ্ট মাহ। আমাৰ ফালে পানী পোৱা নাই। বাকী ঠাইত পালে নেকি ?
6
1
50
@jayain_raju
Raju K Gogoi
2 years
খেলখন চোৱাৰ আগে আগে অকলে অকলে।ঘৰতে। ব্ৰাজিল!
Tweet media one
4
0
52
@jayain_raju
Raju K Gogoi
2 years
ৰাহুল গান্ধীয়ে ED ৰ অনুমতি বিছাৰিলে ৰোগীয়া মাকৰ লগত থাকিবলৈ। তেওঁ মাকক হস্পিতালত পুত্ৰ হিচাবে সেৱা শুশ্ৰষাও কৰিলে কিন্তু কি অবোধ মানুহ বে কেমেৰা crew এটা আনিব নোৱাৰিলে ! পানী খোৱাই থকা বা ভৰি মোহাৰি থকা এটা ফটো চুটৰ মহত্ব নুবুজিলে। পাপ্পু যে পাপ্পু বে। আইডিয়াবোৰ নেদেখে নেকি ?
4
1
50