Pradan Baruah (मोदी का परिवार) Profile Banner
Pradan Baruah (मोदी का परिवार) Profile
Pradan Baruah (मोदी का परिवार)

@PradanBaruah

12,453
Followers
389
Following
5,636
Media
22,458
Statuses

Member of Parliament, Lakhimpur Lok Sabha Constituency (Assam)

Guwahati, Assam
Joined October 2013
Don't wanna be here? Send us removal request.
@PradanBaruah
Pradan Baruah (मोदी का परिवार)
3 hours
আজি জোনাই সমষ্টিৰ চিমেন চাপৰিত অনুষ্ঠিত বিশিষ্ট খেলুৱৈ, সমাজসেৱী স্বৰ্গীয় লাইচুমা বসুমতাৰী সোঁৱৰণী প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত দিনাৰ কাৰ্যসূচীত উপস্থিত থাকি আনন্দিত হৈছোঁ। ক্ৰীড়াৰ জৰিয়তে এক জোৱাৰ অনা চিমেন চাপৰি ক্ৰীড়া সন্থাক কৃতজ্ঞতা জনাইছোঁ। @himantabiswa
Tweet media one
Tweet media two
Tweet media three
Tweet media four
0
0
0
@PradanBaruah
Pradan Baruah (मोदी का परिवार)
4 hours
মোৰ আপোন মাজুলীবাসীলৈ নৱম জিলা প্ৰতিষ্ঠা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। কলা-সংস্কৃতিৰ পীঠস্থান নদীদ্বীপ জিলা মাজুলী সকলো দিশতে চিৰদিন সমুজ্জ্বল হৈ ৰওঁক। @DcMajuli
Tweet media one
0
0
1
@PradanBaruah
Pradan Baruah (मोदी का परिवार)
8 hours
Warm Birthday greetings to Hon'ble Union Minister Shri Giriraj Singh Dangoriya. May he lead a long and healthy life. @girirajsinghbjp
Tweet media one
0
0
2
@PradanBaruah
Pradan Baruah (मोदी का परिवार)
10 hours
অনন্য প্ৰতিভাৰে বিশ্বব্যাপী খ্যাতি লভা বিশ্ববৰেণ্য শিল্পী সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভূপেন হাজৰিকা দেৱক তেখেতৰ ওপজা দিনত গভীৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ। বুঢ়া লুইত বৈ থকালৈকে সুধাকন্ঠৰ একতা আৰু সমন্বয়ৰ বাৰ্তা সকলোৰে অন্তৰত প্ৰতিধ্বনিত হৈ থাকিব।
Tweet media one
1
0
3
@PradanBaruah
Pradan Baruah (मोदी का परिवार)
21 hours
Tweet media one
1
2
5
@PradanBaruah
Pradan Baruah (मोदी का परिवार)
1 day
শ্ৰীশ্ৰী গণেশ চতুৰ্থী উপলক্ষে সদৌটিলৈকে শুভকামনা জ্ঞাপন কৰিলোঁ৷ গণপতি বাবাৰ ওচৰত সকলোৰে সুখ-শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনালোঁ৷ Wishing you all a very happy #GaneshChaturthi
Tweet media one
2
2
16
@PradanBaruah
Pradan Baruah (मोदी का परिवार)
2 days
মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি উজনি অসমৰ জনসাধাৰণৰ সেৱাৰ সম্প্ৰসাৰণ আৰু সেই জিলাসমূহৰ উন্নয়নী প্ৰচেষ্টাক অধিক সুচল কৰাৰ লক্ষ্যৰে ৰাইজৰ সুবিধাৰ বাবে উছৰ্গিত হ'ল মুখ্যমন্ত্ৰীৰ সচিবালয়। @himantabiswa
0
1
5